অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Aug 2019

সাপ্তাহিক নিয়োগ বাৰ্তা: Employment News of the Week ( 29/07/2018 to 05/08/2019)

Employment News of the Week

এই সপ্তাহত খালী হোৱা মূখ্য নিয়োগ বাতৰি সমূহ হল...

New অসম ডাক বিভাগত 919 টা গ্ৰামীণ ডাকসেৱকৰ পদ New
অৰ্হতা: নূন্যতম মেট্ৰিক পাছ।
আবেদনৰ বাবে: ইয়াত ক্লিক কৰক


1. অসম কো-অপাৰেটিভ এপেক্স বেংকত চাকৰি

  • পদৰ সংখ্যা: 10 টা
  • পদৰ নাম: মেনেজাৰ
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 13/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

2. মীনবিভাগত মীনমহল সূচনা কাৰ্য্যলয়ত চাকৰি

  • পদৰ সংখ্যা: 02 টা
  • পদৰ নাম: কনিষ্ঠ সহায়ক
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 19/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

3. সমাজ কল্যাণ বিভাগৰ চাকৰি

  • পদৰ সংখ্যা: 02 টা
  • পদৰ নাম: বিভিন্ন
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 16/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

4. ৰিজনেল ফিল্ম আৰু টেলিভিছন ইনছটিটিউত, আমৰাঙ্গাত চাকৰি

  • পদৰ সংখ্যা: 01 টা
  • পদৰ নাম: কনিষ্ঠ সহায়ক
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 23/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক 

5. নবোদয় বিদ্যালয়ৰ ত চাকৰি

  • পদৰ সংখ্যা: 1115 টা
  • পদৰ নাম: স্নাতক শিক্ষক (Graduate Teacher)
  • আবেদন প্ৰক্ৰিয়া: অনলাইন
  • অন্তিম তাৰিখ: 09/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

6. অসম প্ৰশাসনিক ষ্টাফ কলেজত চাকৰি

  • পদৰ সংখ্যা: 04 টা
  • পদৰ নাম: কনিষ্ঠ সহায়ক/ লাইব্ৰেৰী সহায়ক
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 21/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

7. লক্ষীমপুৰৰ উপায়ুক্তৰ অফিচত চাকৰি

  • পদৰ সংখ্যা: 05 টা
  • পদৰ নাম: জাৰিকাৰক
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 21/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

8. অসম চৰকাৰৰ অধীনত বিষয় শিক্ষক পদত চাকৰি

  • পদৰ সংখ্যা: 31 টা
  • পদৰ নাম: PGT
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 14/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

9. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চাকৰি

  • পদৰ সংখ্যা: 07 টা
  • পদৰ নাম: প্ৰাইভেট ছেক্ৰেটেৰি
  • আবেদন প্ৰক্ৰিয়া: অনলাইন
  • অন্তিম তাৰিখ: 19/08/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

10. অসম লোকসেৱা আয়োগত চাকৰি

  • পদৰ সংখ্যা: 73 টা
  • পদৰ নাম: CDPO
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 09/09/2019

সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

11. মীনবিভাগত চাকৰি
  • পদৰ সংখ্যা: 01 টা
  • পদৰ নাম: কনিষ্ঠ সহায়ক
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 23/08/2019
সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

12. AIIMS ত চাকৰি
  • পদৰ সংখ্যা: 503 টা
  • পদৰ নাম: Nursing Officer
  • আবেদন প্ৰক্ৰিয়া: অনলাইন
  • অন্তিম তাৰিখ: 21/08/2019
সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

13. SBI ত চাকৰি
  • পদৰ সংখ্যা: 75 টা
  • পদৰ নাম: Credit Officer
  • আবেদন প্ৰক্ৰিয়া: অনলাইন
  • অন্তিম তাৰিখ: 12/08/2019
সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক

14. অসমী গ্ৰুপ অৱ ইনছটিটিউতত চাকৰি
  • পদৰ সংখ্যা: 50 টা
  • পদৰ নাম: LO/ALO
  • আবেদন প্ৰক্ৰিয়া: অফলাইন
  • অন্তিম তাৰিখ: 10/08/2019
সবিশেষ জানিবলৈ: ইয়াত ক্লিক কৰক