অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

31 Jul 2019

CTET উত্তীৰ্ণ সকলৰ বাবে নবোদয় বিদ্যালয়ত ১১১৫ টা টিজিটি পদত চাকৰি : Navodaya Nidyalaya Recruitment 2019 @TGT

Navodaya Nidyalaya Recruitment 2019 @TGT

NVS Recruitment 2019

নবোদয় বিদ্যালয়ত 2370 টা Assistant Commissioner, PGTs, TGTs, Miscellaneous Category of Teachers (Librarian, Art, Music, PET-Male, PET-Female), Legal Assistant, Female Staff Nurse, Catering Assistant, and Lower Division Clerk পদত নিযুক্তি ৰ বাবে অনলাইন আবেদন বিছাৰি নবোদয় বিদ্যালয় সমিতিয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে।

CTET উত্তীৰ্ণ সকলৰ বাবে ভাল খবৰ। নবোদয় বিদ্যালয়ত ১১১৫ টা টিজিটি পদত কৰিব পাৰিব আবেদন। সোনকাল কৰক‌, আবেদনৰ অন্তিম দিন: ০৯/০৮/২০১৯

NVS Recruitment 2019: Details of Vacancies

মুঠ পদৰ সংখ্যা: 2370 টা

ইয়াৰ...

1. Assistant Commissioner (Group-A): 05 টা

2. Post Graduate Teachers (PGTs) (Group-B): 430 টা

3. Trained Graduate Teachers (TGTs) (Group-B): 1154 টা ( For CTET Passed Candidates)

4. Miscellaneous Category of Teachers (Group-B): 564 টা

5. Female Staff Nurse (Group B): 55 টা

6. Legal Assistant (Group C): 01 টা

7. Catering Assistant (Group C): 26 টা

8. Lower Division Clerk: 135 টা

NVS Recruitment 2019: Application Fee 

a) Assistant Commissioner: 1500 টকা 
b) PGTs, TGTs, Miscellaneous Category Teachers & Female Staff Nurse: 1200 টকা 
c) Legal Assistant, Catering Assistant & Lower Division Clerk: 1000 
টকা 


NVS Recruitment 2019: Important date

1. অনলাইন আৰম্ভ হব: 10 জুলাই, 2019

2. অনলাইন সমাপ্ত হব: 08 আগষ্ট, 2019

শিক্ষাগত অৰ্হতা, শ্ৰেণী অনুসৰি পদৰ সংখ্যা, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ: ইয়াত ক্লিক কৰক

অনলাইন আবেদন লিংকইয়াত ক্লিক কৰক 
----------------------------------------------
Also Read:
  • অসম মীন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ অফিচত চাকৰি: Click Here
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • আজমল ফাউন্ডেছনত চাকৰি: Click Here
  • Handloom & Textiles Department ত চাকৰি: Click Here
  • সমাজ কল্যাণ বিভাগত চাকৰি: Click Here
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত চাকৰি-1: Click Here
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত চাকৰি-2: Click Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here