অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

30 Jul 2019

Directorate of Instruction, RFTI Amranga, kamrup Recruitment 2019 @Junior Assistant

Directorate of Instruction, RFTI Amranga, Kamrup Recruitment 2019

Directorate of Instruction, RFTI Amranga, Kamrup Recruitment 2019

Director of Instruction, RFTI  ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:   01 টা
পদৰ নাম: নিম্নবৰ্গৰ সহায়ক ( Junior Assistant)

সংৰক্ষণ: UR: 01 টা

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,00 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18  পৰা 44 বছৰৰ ভিতৰত হব লাগিব
2. OBC  বাবে 3 বছৰ আৰু SC/ST  বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application  সকলো নথিসহ আবেদন কৰিব লাগিব

Important Dates

আবেদনৰ অন্তিম তাৰিখ: 23/08/2019

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব 
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 10 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব

Address:
To, Director of Instruction, RFTI Amranga, Kamrup
--------------------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক