অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Aug 2019

অসম চৰকাৰৰ অধীনত কাৰ্বিআংলং জিলাত 31 টা বিষয় শিক্ষকৰ পদ: Inspector of Schools, Karbianglong Recruitment 2019

 Inspector of Schools, Karbianglong Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ14/08/2019

Inspector of Schools, Karbianglong Recruitment 2019

কাৰ্বিআংলং জিলাৰ অন্তৰ্গত বিভিন্ন চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী থকা তলত উল্লেখ কৰা বিভিন্ন বিষয় শিক্ষক পদত ঠিকাভিত্তিক নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা Standard Form of Application ত আবেদন বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

মুঠ পদৰ সংখ্যা: 31 টা।

বিদ্যালয় আৰু বিষয় অনুসৰি পদ সমূহ এনেধৰনৰ....

1. ডিফু চৰকাৰী উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • গণিত: 01 টা
  • ৰাজনীতি বিজ্ঞান: 01 টা
  • শিক্ষা: 01 টা


2. ডিএভি উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • গণিত: 01 টা
  • অৰ্থনীতি: 01 টা


3. Rengbonghom উচ্চতৰ মাধ্যামিক বিদ্যালয়::

  • গণিত: 01 টা
  • অৰ্থনীতি: 01 টা
  • বুৰঞ্জী: 01 টা
  • শিক্ষা: 01 টা


4. বোকাজান উচ্চতৰ মাধ্যামিক বিদ্যালয়::

  • ইংৰাজী: 01 টা
  • অসমীয়া: 01 টা
  • ৰাজনীতি বিজ্ঞান: 01 টা


5. ডকমকা উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • একাউন্টেন্সী: 02 টা
  • অৰ্থনীতি: 01 টা


6. বৈঠালাংচু উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • শিক্ষা: 01 টা


7. বকালীয়াঘাট উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • ইংৰাজী: 01 টা
  • অসমীয়া: 01 টা
  • ৰাজনীতি বিজ্ঞান: 01 টা
  • শিক্ষা: 01 টা
  • অৰ্থনীতি: 01 টা
  • বুৰঞ্জী: 01 টা


8. হাওৰাঘাট উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • অসমীয়া: 01 টা
  • ৰাজনীতি বিজ্ঞান: 01 টা
  • বুৰঞ্জী: 01 টা
  • উদ্ভিদ বিজ্ঞান: 01 টা


9. টুমপ্ৰেং উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • ৰাজনীতি বিজ্ঞান: 01 টা


10. বালিপথাৰ উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • বুৰঞ্জী: 01 টা
  • ৰাজনীতি বিজ্ঞান: 01 টা
  • অসমীয়া: 01 টা
  • সংস্কৃত: 01 টা


11. হামৰেং চৰকাৰী উচ্চতৰ মাধ্যামিক বিদ্যালয়:

  • অসমীয়া: 01 টা



Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 50 % নম্বৰ লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব,
2. লগতে বিএড বা বিটি ডিগ্ৰী থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 8000 টকা (Fixed) দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/08/2019 তাৰিখত 18 পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 14/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব। 

ঠিকনা Inspector of Schools, Karbianglong District Circle, Diphu

Important Date

আবেদনৰ অন্তিম তাৰিখ14/08/2019

Important Link

Standard Form of Application: ইয়াতক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক

Mode of Appointment

পদসমূহৰ বাবে এবছৰৰ বাবে ঠিকাভিত্তিক নিযুক্তি দিয়া হব।

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 02 কপি পাচপৰ্ট ফটো দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব