অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Aug 2019

অসম ডাকসেৱা বিভাগত 919 টা গ্ৰামীণ ডাকসেৱকৰ পদ: Assam Postal Service Recruitment 2019, Apply Now For 919 GDS Posts

Assam Postal Service Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 04/09/2019

Assam Postal Service Recruitment 2019

অসম ডাকসেৱা বিভাগত খালী হোৱা 919 টা গ্ৰামীণ ডাকসেৱকৰ পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Assam Postal Service Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 919 টা
পদৰ নাম: গ্ৰামীণ ডাকসেৱক (GDS)

Assam Postal Service Recruitment 2019: Educational Qualification

1. কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা গণিত আৰু ইংৰাজী বিষয়লৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব।
এই পদসমূহৰ বাবে অভিজ্ঞ তথা নৱাগত প্ৰাৰ্থীসকলেও আবেদন কৰিব পাৰিব।

Assam Postal Service Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 10,000 - 14,500 টকা হিচাপত দৰমহা দিয়া হব।

Assam Postal Service Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 40 বছৰৰ ভিতৰত হব লাগিব।

Assam Postal Service Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।
2. SC/ST/Female আৰু PH প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

Assam Postal Service Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে 04/09/2019 তাৰিখৰ ভিতৰত অনলাইনত আবেদন কৰিব লাগিব।

Assam Postal Service Recruitment 2019: Important Dates

1. অনলাইন আবেদন আৰম্ভ হব: 05/08/2019
2. আবেদনৰ অন্তিম তাৰিখ: 04/09/2019

Assam Postal Service Recruitment 2019: Important Link