অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Aug 2019

Assam Administrative Staff College Recruitment 2019: Advertisement Cancelled

Assam Administrative Staff College Recruitment 2019

Assam Administrative Staff College Recruitment 2019

অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ প্ৰশিক্ষণ সঞ্চালকালয়ত খালী হোৱা নিম্নোক্ত পদৰ বাবে Standard Form of Application ত আবেদন বিছৰা হৈছে।

মুঠ পদৰ সংখ্যা: 04 টা

1. Assistant Librarian: 01 টা। (UR)

শিক্ষাগত অৰ্হতা: লাইব্ৰেৰী ছায়ন্সত ডিপ্লোমা।

বয়স: 21 ৰ পৰা 43 বছৰ। SC/ST/PwD ৰ বাবে 5 বছৰ আৰু Ex-service man ৰ বাবে 2 বছৰ ৰেহাই দিয়া হব।

দৰমহা: PB 14,000-49,000 টকা + GP 7,400 টকা।

2. Library Assistant: 02 টা। [UR-01, ST(P)-02]

শিক্ষাগত অৰ্হতা: উচ্চতৰ মাধ্যমিক, লগতে কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

বয়স: 21 ৰ পৰা 43 বছৰ। SC/ST/PwD ৰ বাবে 5 বছৰ আৰু Ex-service man ৰ বাবে 2 বছৰ ৰেহাই দিয়া হব।

দৰমহা: PB 14,000-49,000 টকা + GP 6,200 টকা।

3. Junior Assistant: 01 টা। (OBC/MOBC)

শিক্ষাগত অৰ্হতা: গ্ৰেজুৱেত ডিগ্ৰী আৰু ছমহীয়া কম্পিউটাৰৰ ডিপ্লোমা।

বয়স: 21 ৰ পৰা 43 বছৰ। SC/ST/PwD ৰ বাবে 5 বছৰ আৰু Ex-service man ৰ বাবে 2 বছৰ ৰেহাই দিয়া হব।

দৰমহা: PB 14,000-49,000 টকা + GP 6,200 টকা।

Application Fees


এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 21/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা:
Director of Training, Assam Administrative Staff College

Jwaharnagar, Khanapara
Guwahati-22


Important Dates


আবেদনৰ অন্তিম তাৰিখ:21/08/2019 

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 2 কপি পাচপৰ্ট ফটো দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব