অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Aug 2019

গুৱাহাটী উচ্চ ন্যায়ালয়ত 07 প্ৰাইভেট ছেক্ৰেটেৰি পদত নিযুক্তি: Gauhati High Court Recruitment 2019 @Private Secretary (7 Posts)

Gauhati High Court Recruitment 2019


আবেদনৰ অন্তিম দিন: 19.08.2019

Gauhati High Court Recruitment 2019

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হোৱা নিম্ন উল্লেখিত পদত নিযুক্তিৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।

Details of Vacanc

1. প্ৰাইভেট ছেক্ৰেটেৰি (For the Principal Seat)

পদৰ সংখ্যা: 6 টা

2. প্ৰাইভেট ছেক্ৰেটেৰি (For the Law Research Institute)

পদৰ সংখ্যা: 1 টা

Salary:

দৰমহা: 30,000-1,10,000 টকা + GP 13300 টকা

শৈক্ষিক অৰ্হতা:

গ্ৰেজুৱেত আৰু ষ্টেনগ্ৰাফীত ডিপ্লোমা।

আবেদন মাচুল:

SC/ STP/ STH ৰ বাবে: 150  টকা।
অন্যান্যৰ বাবে: 300 টকা।


Important Dates

অনলাইন আবেদন আৰম্ভ হব: 05/08/2019

অনলাইন আবেদন সমাপ্ত হব: 19/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক (active form 05/08/2019)