অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

3 Aug 2019

অসম লোকসেৱা আয়োগত 73 টা পদত চাকৰি: APSC Recruitment 2019-Child Development Project Officer (73 Posts)


APSC, Assam Recruitment 2019


APSC, Assam Recruitment 2019

অসম লোসেৱা আয়োগত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

  • পদৰ সংখ্যা: 73  টা [UR: 30, OBC/MOBC: 20, SC: 5, STP: 7, STH: 4, EWS: 7]
  • পদৰ নাম: Child Development Project Officer (CDPO)


Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 22,000 - 87,000 টকা + GP: 9,700 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 21  পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
  • UR: 250 টকা
  • OBC/MOBC/SC/ST: 150 টকা
  • BPL: NIL


আবেদন মাচুল ট্ৰেজাৰী চালান যোগেদি দিব লাগিব। Head of Account-  “NON TAX REVENUE, OTHER NON TAX REVENUE 0051 PSC, 105 STATE PSC APPLICATION FEE RECEIPT OF APSC"

APSC Recruitment 2019: How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 09/09/2019 তাৰিখৰ ভিতৰত DR Form  সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা: Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-781022

Important Dates

আবেদনৰ অন্তিম তাৰিখ09/09/2019

APSC Recruitment 2019: Important Link

DR Form of Application: ইয়াত ক্লিক কৰক

ট্ৰেজাৰী চালান ডাউনলোড কৰিবলৈ: ইয়াত ক্লিক কৰক