অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Aug 2019

এইমছত 503 টা পদত নিযুক্তি: AIIMS New Delhi Recruitment 2019 : Nursing Officer, Apply Online for 503 posts

India Institute of Medical Science (AIIMS), New Delhi Recruitment 2019


আবেদনৰ অন্তিম তাৰিখঃ 21/08/2019

India Institute of Medical Science (AIIMS), New Delhi Recruitment 2019

ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ নতুন দিল্লীত অৱস্থিত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ AIIMS ত খালী হোৱা নাৰ্ছিং অফিচাৰ Group-B পদত স্থায়ীভাৱে নিয়োগ কৰিবলৈ ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থীৰ পৰা অনলাইন যোগেদি আবেদন বিচৰি বিজ্ঞাপন প্ৰকাশ হৈছে।

Details of Vacancies

পদৰ নামঃ নাৰ্ছিং অফিচাৰ
পদৰ সংখ্যা: 503 টা।
ইয়াৰে
UR-282, OBC-132, SC-66, ST-32.

Age Limit

 18 ৰ পৰা 30 বছৰৰ ভিতৰত হব লাগিব।

Salary

পে বেণ্ড: 44900 – 142400 টকা আৰু গ্ৰেড পে: 4600 টকা।

Educational Qualification

কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা B.Sc (Hon.) (Nursing)/ B.Sc (Nursing) উত্তীৰ্ণ হব লাগিব। লগতে Nurse & Midwife with state অথবা Indian Nursing Council ত নাম পঞ্জীয়ন কৰা হব লাগিব।
অথবা
GNM ৰ ডিপ্লোমা থাকিব লাগিব। Nurse & Midwife with state বা Indian Nursing Council ত নাম পঞ্জীয়ন কৰা হব লাগিব।

অভিজ্ঞতা: অতিকমেও 50 খন বিচনাযুক্ত মেডিকেলত দুই বছৰৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

Selection Process

পদসমূহ লিখিত পৰীক্ষাৰ দ্বাৰা বাচনি কৰা হব।

Application Fees


  • SC/ST/PWD: 1200 টকা
  • অন্যান্যৰ বাবে: 1500 টকা


How to Apply

পদসমূহৰ বাবে অনলাইনত আবেদন কৰিব লাগিব। অনলাইন লিংক তলত দিয়া হৈছে। তাত গৈ আবেদন কৰিব পাৰিব।

Important Dates


  • অনলাইন আবেদন আৰম্ভ হব: 01/08/2019
  • অনলাইন আবেদন সমাপ্ত হব: 21/08/2019

Important Links

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক