অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Aug 2019

লক্ষীমপুৰ উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি: DC Office, Lakhimpur Recruitment 2019 @05Posts


DC Office, Lakhimpur Recruitment 2019 @05Posts


আবেদনৰ অন্তিম তাৰিখ: 21/08/2019

DC Office, Lakhimpur Recruitment 2019

লক্ষীমপুৰ উপায়ুক্তৰ কাৰ্যালয়ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  05 টা [ ST(H)-2, OBC,MOBC-01, UR-01, EWS-01 ]
পদৰ নামJarikarak (Gr-IV)

Educational Qualification

কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ হব লাগিব, আৰু

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12,000 - 37,000 টকা + GP: 4,400 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 পৰা 43 বছৰৰ ভিতৰত হব লাগিব।
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 21/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনাOffice of the Deputy Commissioner, Lakhimpur, Assam

Important Dates

আবেদনৰ অন্তিম তাৰিখ: 21/08/2019

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক