অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

24 Jul 2019

অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰি: Assam Co-Operative Apex Bank Ltd. Recruitment 2019

Assam Co-Operative Apex Bank Ltd. Recruitment 2019

আবেদনৰ অন্তিম তাৰিখ: 13/08/2019

Assam Co-Operative Apex Bank Ltd. Recruitment 2019

অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 10 টা
পদৰ নাম:  Manager/ Branch Manager

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী বা যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব আৰু স‌ংশ্লিষ্ট বিষয়ত পাচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 36,220 - 86,200 টকা + GP: 9,100 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

আবেদনকাৰীৰ বয়স 28 পৰা 35 বছৰৰ ভিতৰত হব লাগিব।

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব 600 টকা (By a Demand Draft or Pay order in favour of “ The Assam Co-operative Apex Bank Ltd.” payable at Guwahati.)

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 13/08/2019 তাৰিখৰ ভিতৰত নিৰ্দিষ্ট আবেদন পত্ৰত সকলো নথিসহ আবেদন কৰিব লাগিব। আবেদন পত্ৰ বেংকৰ ৱেবচাইটৰ পৰা ডাউনলোড কৰিব লাগিব।

ঠিকনা: The Managing Director The Assam Co-operative Apex Bank Ltd. H.O., Panbazar, H.B. Road, Guwahati-781001, Kamrup (M), Assam

Important Dates

আবেদনৰ অন্তিম তাৰিখ: 13/08/2019

Assam Co-Operative Apex Bank Ltd. Recruitment 2019: Important Link


সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
-------------------------
Also Read:

  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here