অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

Disclaimer

-:অস্বীকাৰ পত্ৰ:-

অসমৰ চাকৰি: The Job in Assam অৰ্থাৎ www.thejobinassam.in ত প্ৰকাশিত বিভিন্ন নিয়োগ তথা চাকৰি সম্পৰ্কীয় বা-বাতৰি সমূহ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান সমূহৰ তথ্যৰ ওপৰত ভিত্তি কৰি যুগুতোৱা হয়। গতিকে সমূহ পাঠকক এই তথ্য সমূহ প্ৰাথমিক তথ্য হিচাপেহে গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হল। যদি শেষ মুহূৰ্তত কিবা কাৰণ বশত এই তথ্যৰ কিবা সালসলনি হয় বা বাতিল হয় তাৰ বাবে The Job in Assam দায়ী নহব। লগতে এইটোও জনোৱা হল যে আমি কেৱল চাকৰিৰ বাতৰিহে প্ৰদান কৰোঁ, আমি কাকো চাকৰি প্ৰদান নকৰো।

আৰু লগতে জনাওঁ যে আমাৰ ৱেবচাইটত বাতৰি প্ৰকাশ কৰাৰ বাবে আমি কোনো ধৰণৰ ফিছ নলও।

যদিহে আপোনাৰ/আপোনালোকৰ কিবা সুবিধলগা থাকে তেন্তে Contact Us ত গৈ আমাক যোগাযোগ কৰিব পাৰে।