অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

26 Jul 2019

সমাজ কল্যাণ বিভাগত চাকৰি: Social Welfare Department Assam Recruitment 2010

Social Welfare Department Assam Recruitment 2019

Social Welfare Department Assam Recruitment 2019

সমাজ কল্যাণ বিভাগত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

1. পদৰ নাম: MIS Officer
পদৰ সংখ্যা: 01 টা
অৰ্হতা: স্নাতকোত্তৰ ডিগ্ৰী
অভিজ্ঞতা: 2-3 বছৰ
বয়স: 38 বছৰ
দৰমহা: 60,000 টকা প্ৰতি মাহে।

2. পদৰ নাম: ECCE Coordinator
পদৰ সংখ্যা: 01 টা
অৰ্হতা: স্নাতকোত্তৰ ডিগ্ৰী
অভিজ্ঞতা: 2-3 বছৰ
বয়স: 38 বছৰ
দৰমহা: 48,750 টকা প্ৰতি মাহে।

আবেদনৰ অন্তিম তাৰিখ: 16/08/2019

ঠিকনা: Office of the Directorate Social Welfare, Assam
Uzanbazaar,
Guwahati-01

আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক
----------------------------------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • চাহ জনগোষ্ঠী কল্যাণ সঞ্চালকালয়অসমত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here