অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jul 2019

এই সপ্তাহৰ নিয়োগ বাতৰি: Employment News of the Week (09/07/2019 to 16/07/2019)

Employment News of the Week

এই সপ্তাহৰ নিয়োগ বাতৰি (09/07/2019 to 16/07/2019)





1. কৰ্মচাৰী ভবিষ্যনীধি আয়োগৰ চাকৰি।
পদৰ নাম: Social Security Assistant
পদৰ সংখ্যা: 2189 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


2. উপায়ুক্তৰ কাৰ্য্যলয় (DC Office) ত চাকৰি
পদৰ নাম: ক্ষেত্ৰ বিষয়া
পদৰ সংখ্যা: 07 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


3. দূৰদৰ্শন কেন্দ্ৰত চাকৰি
পদৰ নাম: বিভিন্ন
পদৰ সংখ্যা: 60 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


4. হায়াৰ ছেকেণ্ডাৰী বোৰ্ডত চাকৰি
পদৰ নাম: অডিত অফিচাৰ
পদৰ সংখ্যা:  01 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


5. লেৱাৰ কৰ্টত চাকৰি
পদৰ নাম: ড্ৰাইভাৰ
পদৰ সংখ্যা:  01 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক




6. ডিব্রুগড় বিশ্ববিদ্যালয়ত চাকৰি
পদৰ নাম: লেৱটৰী সহায়ক
পদৰ সংখ্যা:  01টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


7. ভাৰতীয় তেল নিগম দুলীয়াজানত চাকৰি
পদৰ নাম: বিভিন্ন
পদৰ সংখ্যা:  02 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


8. অসম বায়'ৰিফেইনাৰীত চাকৰি
পদৰ নাম: বিভিন্ন
পদৰ সংখ্যা: 11 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


9. পূৰাতত্ব বিভাগত চাকৰি
পদৰ নাম: নিম্নবৰ্গৰ সহায়ক/পিয়ন
পদৰ সংখ্যা: 04 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


10. আই আই টি গুৱাহাটীত চাকৰি
পদৰ নাম: জুনিয়ৰ টেকনিছিয়ান
পদৰ সংখ্যা:  02 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক




11. বৰোডা বেংকত চাকৰি
পদৰ নাম: আই টি অফিচাৰ
পদৰ সংখ্যা: 35 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


12. কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত চাকৰি
পদৰ নাম: অনাশিক্ষক
পদৰ সংখ্যা: 10 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


13. উত্তৰ কামৰূপ মহাবিদ্যালয়ত চাকৰি
পদৰ নাম: শিক্ষক
পদৰ সংখ্যা:  09 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


14. এছ বি দেওৰা মহাবিদ্যালয়ত চাকৰি
পদৰ নাম: শিক্ষক
পদৰ সংখ্যা:  02 টা

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


15. অসম টেটৰ সেহতীয়া খবৰ

সবিশেষৰ বাবে: ইয়াত ক্লিক কৰক


----------------------------------------------------------------------------
Also Read: অসম স্বাস্থ্যসেৱা খণ্ডত 547 টা পদ খালী