অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jul 2019

অইল ইণ্ডিয়া দুলীয়াজানত চাকৰি: Oil India Limited Duliajan Recruitment 2019

Oil India Limited Duliajan Recruitment 2019


Oil India Limited Duliajan Recruitment 2019

অইল ইণ্ডিয়া দুলীয়াজানত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Oil India Limited Duliajan Recruitment 2019: Details of Vacancies

নিযুক্তি স্থান: ডিব্ৰুগড়, অসম

পদৰ সংখ্যা: 02 টা

আবেদন প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

বিভাগীয় ৱেবচাইটৰ: http://www.oil-india.com

সাক্ষাৎকাৰৰ তাৰিখ: 29 আৰু 30 জুলাই, 2019

Oil India Limited Duliajan Recruitment 2019:

খালী হোৱা পদকেইটা হৈছে...

1. Production Engineer (for KGB Project)

পদৰ সংখ্যা: 01 টা

দৰমহা: 50,000 টকা

অৰ্হতা: BE/ B.Tech (Petroleum/ Mech./ Chem Engg.)

অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত সৰ্বনিম্ন পাচ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।


2. Civil Engineer (for KGB Project)

পদৰ সংখ্যা: 01 টা

দৰমহা: 45,000 টকা

অৰ্হতা: B.E. or B. Tech ( Civil Engg)

অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত সৰ্বনিম্ন 3 বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

Oil India Limited Duliajan Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 65 বছৰৰ ভিতৰত হব লাগিব

সাক্ষাৎকাৰৰ স্থান: Training & Placement Office, Swarnotsav Bhavan, Jawaharlal Nehru Technological University(JNTUK), Kakinada (JNTUK)- 533003, A.P.

সাক্ষাৎকাৰৰ তাৰিখ: 29 আৰু 30 জুলাই, 2019

1. Production Engineer: 29 জুলাই, 2019

2. Civil Engineer : 30 জুলাই, 2019

Time: 08.30 am to 09.30 am


সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিককৰক