অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Jul 2019

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত 2189 টা পদ খালী: EPFO SSA Recruitment 2019

EPFO SSA Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ: 21/07/2019


EPFO SSA Recruitment 2019

কৰ্মচাৰী ভৱিষ্যনীধি আয়োগত 2189 টা খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।
অহা 31/08/2019 আৰু 01/09/20019 তাৰিখত কৰ্মচাৰী ভৱিষ্যনীধি আয়োগে (EPFO) সামাজিক নিৰাপত্তা সহকাৰী পদৰ বাবে অ'নলাইন পৰীক্ষা অনুস্থিত কৰিব।

EPFO SSA Recruitment 2019: Details of Posts

পদৰ নাম: সামাজিক নিৰাপত্তা সহকাৰী (SSA)
পদৰ সংখ্যা: 2189 টা

EPFO SSA Recruitment 2019: Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।

EPFO SSA Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 25,500 টকা হিচাপত দৰমহা দিয়া হব।

EPFO SSA Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 18 ৰ পৰা 27 বছৰৰ ভিতৰত হব লাগিব।

EPFO SSA Recruitment 2019: Application Fees

আৱেদনৰ মাচুল: 
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে সংৰক্ষিত বৰ্গৰ বাবে 250 টকা আৰু সাধাৰণ বৰ্গৰ বাবে 500 টকা আবেদন মাচুল দিব লাগিব।

EPFO SSA Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক তলত দিয়া হৈছে। অহা 21/07/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব ।



EPFO SSA Recruitment 2019: Important Dates

অনলাইন আবেদন সমাপ্ত হব/আবেদনৰ অন্তিম তাৰিখ: 21/07/2019

EPFO Recruitment 2019: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক

সম্পুৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
-------------------------------------------

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক