অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Jul 2019

অসম টেট Notification: Assam TET Exam Online Apply

Assam TET Exam Online Apply



Assam TET Exam 2019 Latest Update

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে ইয়াৰ অধীনস্থ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় সমূহত খালী হৈ থকা শিক্ষক পদ পূৰনৰ উদ্দেশ্যেৰে অহা ছেপ্টেম্বৰ মাহত টেট অনুস্থিত কৰিব গৈ আছে। 

এই টেট নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে অৰ্থাৎ প্ৰশ্ন কাকত প্ৰিন্টিং, OMR Sheet Scanning, Answer Script Evaluation আদিৰ দৰে Pre Examination আৰু Post Examination Related কামৰ বাবে নিবিদা আগবঢ়াইছে। ইয়াৰ দ্বাৰা এইটো কব পাৰি যে অসম চৰকাৰে টেট অনুষ্ঠিত কৰিবলৈ প্ৰায় সাজু হৈছে।


SSA, Assam Tender Notice Regarding Assam TET Exam 2019

Assam TET Exam Online Apply

 Assam TET Exam Online Apply

Assam TET Exam 2019: Schedule of TET

20 মাৰ্চ, 2019 ত অনুষ্ঠিত হোৱা EC Meeting ত লোৱা সিদ্ধান্ত অনুসৰি অহা ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে LP TET আৰু 29 তাৰিখে UP TET অনুষ্ঠিত কৰা হব।

Assam TET Exam 2019: Syllabus

EC Meeting ত লোৱা সিদ্ধান্ত অনুসৰি SCERT, Assam ক LP আৰু UP TET ৰ চিলেবাছ প্ৰস্তুত কৰাৰ দ্বায়িত্ব অৰ্পণ কৰা হৈছে।



Assam TET Exam 2019: Application Fees

EC Meeting ত লোৱা সিদ্ধান্ত অনুসৰি LP আৰু UP TET ত আবেদন কৰাৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীসকলে 700 ৰ পৰা 1000 টকাৰ আবেগৰ মাচুল দিব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে এইক্ষেত্ৰত কিছু ৰেহাইৰ ব্যৱস্থা কৰিব বুলি সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে পৰবৰ্তী EC Meeting ত সিদ্ধান্ত লোৱাৰ কথা কোৱা হৈছে।


Assam TET Exam 2019: Mode of Application

এইবাৰ LP আৰু UP TET ৰ আবেদন প্ৰক্ৰিয়া অনলাইন হব। প্ৰাৰ্থীসকলে অনলাইন যোগেদি আবেদন কৰিব লাগিব।

Assam TET Exam 2019: Start date of Online Application

এতিয়া লৈকে SSA , অসমৰ ফালৰ পৰা এইবিষয়ে কোনোধৰণৰ জাননী প্ৰকাশ কৰা নাই।

Assam TET Exam 2019: Educational Qualification

আগন্তুক অসম টেটৰ বাবে প্ৰয়োজনীয় অৰ্হতা NCTE Guidelines অনুসৰি নিৰ্ধাৰণ কৰা হব বুলি EC Meeting ত সিদ্ধান্ত লোৱা হৈছে।
---------------------------------------------------------------------------------

অসম টেটৰ সম্পূৰ্ণ বিজ্ঞাপন চাওক: ইয়াত ক্লিক কৰক

অসম টেটৰ চিলেবাছ চাওক: ইয়াত ক্লিক কৰক

অসম টেটত আবেদন কৰিবলৈ কি যোগ্যতা লাগিব চাওক: ইয়াত ক্লিক কৰক

অসম টেটৰ খালী পদৰ সংখ্যা চাওক: ইয়াত ক্লিক কৰক

অসম টেটৰ প্ৰস্তুতিৰ প্ৰশ্নকাকত চাওক: ইয়াত ক্লিক কৰক

অসম টেটৰ প্ৰস্তুতিৰ ভিডিঅ চাওক: ইয়াত ক্লিক কৰক