অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

11 Jul 2019

অসম স্বাস্থ্যসেৱা খণ্ডত 547 টা পদ খালী: Assam Health Service Recruitment 2019

Assam Health Service Recruitment 2019



Assam Health Service Recruitment 2019

অসম স্বাস্থ্যসেৱা খণ্ডত খালী হোৱা নিম্ন উল্লেখিত 547 টা পদত নিযুক্তিৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Assam Health Service Recruitment 2019

মুঠ পদৰ সংখ্যা: 547 টা।

ইয়াৰে...

1. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত বিভিন্ন চতুৰ্থ বৰ্গৰ চাকৰি
পদৰ সংখ্যা: 148 টা।
অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ।
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 21/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক


2. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত টেকনিচিয়ানৰ চাকৰি
পদৰ সংখ্যা: 93 টা।
অৰ্হতা: বিভিন্ন।
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 21/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক


3. অসম পাৰ্বত্য চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰত নাৰ্চ আৰু ন'নটেকনিকেল পদত চাকৰি
পদৰ সংখ্যা: 282 টা।
অৰ্হতা: বিভিন্ন।
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 21/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক


4. নেচনেল হেল্থ মিছনত চাকৰি
পদৰ সংখ্যা: 22 টা।
অৰ্হতা: স্নাতক/উচ্চতৰ মাধ্যমিক
আবেদন প্ৰক্ৰিয়া: অনলাইন
অন্তিম তাৰিখ: 15/07/2019

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক


5. বৰপেটা মেডিকেল কলেজত চাকৰি
পদৰ সংখ্যা: 01 টা।
অৰ্হতা: উচ্চতৰ মাধ্যমিক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

6. গুৱাহাটী মেডিকেল কলেজত চাকৰি
পদৰ সংখ্যা: 01 টা।
অৰ্হতা: স্নাতক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক
------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক


প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

------------------------------------------------------------------------