অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

14 Jul 2019

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত চাকৰি: Assam Higher Secondary Education Council Recruitment 2019

 
Assam Higher Secondary Education Council Recruitment 2019

Assam Higher Secondary Education Council Recruitment 2019

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

AHSEC Recruitment 2019: Details of Posts

পদৰ সংখ্যা:   01 টা
পদৰ নামAUDIT OFFICER 

AHSEC Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা 55% নম্বৰ লৈ বানিজ্য শাখাত (Accountancy) ত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, স্নাতকোত্তৰ ডিগ্ৰী থাকিলে অগ্ৰাধিকাৰ দিয়া হব। সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
2. কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব

Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 22000-97000 টকা + GP: 11,800 টকা হিচাপত দৰমহা দিয়া হব

Age Limit
1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 পৰা 38 বছৰৰ ভিতৰত হব লাগিব
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল সাধাৰণ শ্ৰেণী 300 টকা আৰু সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে 200 টকাৰ ড্ৰাফ্টত দিব লাগিব।

How to Apply
1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 29/07/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

Important Dates
আবেদনৰ অন্তিম তাৰিখ29/07/2019. 

AHSEC Recruitment 2019:Important Link

Standard Form of Application: ইয়াত ক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক:ইয়াত ক্লিক কৰক