অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

12 Jul 2019

বুৰঞ্জী আৰু পূৰাতত্ব বিভাগ, অসমত চাকৰি: Department of Historical and Antiquarian Studies, Assam Recruitment 2019


Department of Historical and Antiquarian Studies, Assam Recruitment 2019


Department of Historical and Antiquarian Studies, Assam Recruitment 2019

বুৰঞ্জী আৰু পূৰাতত্ব বিভাগ, অসমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Details of Posts

পদৰ সংখ্যা:   04 টা
পদৰ নাম:
1. L. D. Asstt.: 02 টা [UR]
2. Peon: 02 টা [UR-01, ST(H)-01]

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Educational Qualification



1. L. D. Asstt.: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব। কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব
2. Peon: কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা VIII উত্তীৰ্ণ কৰা হব লাগিব


Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Salary

1. L. D. Asstt.: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 60,500 টকা + GP: 6,200 টকা হিচাপত দৰমহা দিয়া হব
2. Peon: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 12,000 - 52,000 টকা + GP: 3,900 টকা হিচাপত দৰমহা দিয়া হব

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 পৰা 44 বছৰৰ ভিতৰত হব লাগিব
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Application Fees

1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Important Dates

আবেদনৰ অন্তিম তাৰিখ: 30/07/2019

Department of Historical and Antiquarian Studies, Assam Recruitment 2019: Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

Department of Historical and Antiquarian Studies, Assam Important Points for Applicants

1. প্ৰাৰ্থী ভাৰতীয় নাগৰিক হব লাগিব 
2. কোনো ধৰণৰ আবেদন মাচুল নালাগে
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit,  Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব
7. আবেদনকাৰীক লিখিত পৰীক্ষাৰ আৰু কম্পিউটাৰ টেষ্টৰ দ্বাৰা বাচনি কৰা হব

Address:
To, The Director,
 Department of Historical and Antiquarian Studies, Assam
Panbazar, Guwahati-01
--------------------------------------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক