Labour Court, Assam Recruitment 2019
শ্ৰমিক আদালত, অসমত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।Details of Posts
পদৰ সংখ্যা: 01 টাপদৰ নাম: ড্ৰাইভাৰ
Educational Qualification
পদটিৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
Salary
নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।Age Limit
1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 ৰ পৰা 44 বছৰৰ ভিতৰত হব লাগিব।2. OBC ৰ বাবে 3 বছৰ আৰু SC/ST ৰ বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব
Application Fees
1. এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।How to Apply
1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 09/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application ত সকলো নথিসহ আবেদন কৰিব লাগিব।অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
Important Dates
আবেদনৰ অন্তিম তাৰিখ: 09/08/2019Important Link
Standard Form of Application: ডাউনলোড কৰকImportant Points for Applicants
1. প্ৰাৰ্থীৰ valid commercial driving licence ৰ ফটোষ্টেট কপি জমা দিব লাগিব।2. কোনো ধৰণৰ আবেদন মাচুল নালাগে।
3. কোনোধৰণৰ TA/DA প্ৰদান কৰা নহব।
4. আবেদনৰ লগত 3 কপি পাচপৰ্ট ফটো পিছফালে Signature কৰি দিব লাগিব।
5. সকলো শিক্ষাগত নথিপত্ৰ, HSLC Admit, Employment Exchange Card নিজে Attested কৰা ফটোষ্টেট কপি জমা দিব লাগিব।
6. লগতে 5 টকাৰ পোষ্টেল ষ্টাম্প থকা 22x10 আকাৰৰ খাম এটা আবেদনৰ লগত দিব লাগিব।
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
ঠিকনা: Presiding Officer, Labour Court, Assam, Guwahati