অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

15 Jul 2019

প্ৰচাৰ ভাৰতীত 60 টা পদ খালী: Prasar Bharati Recruitment 2019 (60 Marketing Executive Posts)

Prasar Bharati Recruitment 2019
আবেদনৰ অন্তিম তাৰিখ: 06/08/2019

Prasar Bharati Recruitment 2019

প্ৰচাৰ ভাৰতীত খালী হোৱা 60 টা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  60 টা

1. মাৰ্কেটিং এক্সিকিউটিভ: 42 টা [ ইয়াৰ 2 টা DDK গুৱাহাটীত]

বয়স: আবেদনকাৰীৰ বয়স 35 বছৰৰ ভিতৰত হব লাগিব।

শিক্ষাগত অৰ্হতা: এম বি এ (মাৰ্কেটিং) বা  মাৰ্কেটিংত PG Diploma আৰু এবছৰৰ অভিজ্ঞতা।

দৰমহা: 30000 টকা ফিক্স

2. মাৰ্কেটিং এক্সিকিউটিভ (Grade-1): 18 টা

বয়স: আবেদনকাৰীৰ বয়স 35 বছৰৰ ভিতৰত হব লাগিব।

শিক্ষাগত অৰ্হতা: এম বি এ (মাৰ্কেটিং) বা  মাৰ্কেটিংত PG Diploma আৰু 4 বছৰৰ অভিজ্ঞতা।

দৰমহা: 42000 টকা ফিক্স

Prasar Bharati Recruitment 2019: How to Apply:

পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে সংশ্লিষ্ট DDK/SMC লৈ অহা 06/08/2019  ভিতৰত পোৱাকৈ শিক্ষাগত অৰ্হতাৰ আৱশ্যকীয় নথি পত্ৰ সহ আৱেদন কৰিব পাৰে

সম্পূৰ্ণ বিজ্ঞাপন আৰু আবেদন প্ৰত্ৰৰ বাবে: ইয়াত ক্লিক কৰক
----------------------------------------------------------------

অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক