অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Jul 2019

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত লেব'টৰী সহায়ক পদ: Dibrugarh University Recruitment of Laboratory Assistant and Store Keeper


Dibrugarh University Recruitment 2019

Dibrugarh University Recruitment 2019

ডিব্ৰুগড় বিশ্ববিদ্যালয় খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Dibrugarh University Recruitment: Details of Posts

পদৰ সংখ্যা:   01 টা
পদৰ নাম: Laboratory Assistant and Store Keeper

পদটো বিশ্ববিদ্যালয়ৰ Pharmaceutical Science বিভাগৰ বাবে। পদটিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ ঠিকাভিত্তিক।


পদটিৰ আবেদনৰ সবিশেষৰ বাবে বিশ্ববিদ্যালয়ৰ ৱেবচাইটৰ সহায় লব পাৰে।

বিশ্ববিদ্যালয়ৰ ৱেবচাইটৰ বাবে: ইয়াত ক্লিক কৰক

Dibrugarh University Recruitment 2019
--------------------------------------------------------------------------

অসম চৰকাৰৰ চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰিপঢ়িবলৈ ইয়াত ক্লিক কৰক