অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

16 Jul 2019

এতিয়া পেটিএমৰ জৰিয়তে বন্যাৰ্তৰ বাবে সহায় আগবঢ়াওক: Donate to CMs Flood Relief Fund through PayTM@AssamFloodRelif

Donate to CMs Flood Relief Fund through PayTM@AssamFloodRelif

অসমৰ বানপিৰিতক সহায় কৰিবলৈ পেটিএমৰ বিশেষ পদক্ষেপ। এতিয়া আপুনি পেটিএম এপৰ জৰিয়তে অসমৰ বানপিৰিতক সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুজিলৈ ধন আগবঢ়াব পাৰিব।

  • তাৰ বাবে আপুনি পেটিএম এপত যাব লাগিব।
  • তাৰ পিছত তলত দিয়া ধৰণৰ উইনড পাব।
  • তাত ক্লিক কৰি আপুনি বন্যাৰ্তক সহায়ৰ বাবে আপোনাৰ ইচ্ছা অনুসৰি ধন আগবঢ়াব পাৰিব।


অনুগ্ৰহ কৰি এই মেছেজটো সকলোকে ছেয়াৰ কৰিব।

Donate to CMs Flood Relief Fund through PayTM@AssamFloodRelif

নাইবা আপুনি তলৰ লিংকত ক্লিক কৰিও পোনে পোনে পেটিএম এপত যাব পাৰে।