অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

20 Jul 2019

ড° ভূপেন হাজৰিকা চৰকাৰী বোলছবি আৰু টেলিভিছন ইনছটিটিউত চাকৰিৰ সুযোগ: Dr. Bhupen Hazarika Regional Government Film & Television Institute Recruitment 2019

Dr. Bhupen Hazarika Regional Government Film & Television  Institute Recruitment 2019


আবেদনৰ অন্তিম তাৰিখ09/08/2019

Dr. Bhupen Hazarika Regional Government Film & Television  Institute Recruitment 2019

ড° ভূপেন হাজৰিকা চৰকাৰী বোলছবি আৰু টেলিভিছন ইনছটিটিউত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে


Details of Posts

1. পাৱাৰ পাম্প অপাৰেটৰ

পদৰ সংখ্যা: 02 টা

সংৰক্ষণ: UR-1, OBC-1

অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু পাৱাৰ পাম্প অপাৰেটৰ ট্ৰেডত ITI Certificate

দৰমহা: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।

2. ড্ৰাইভাৰ

পদৰ সংখ্যা: 02 টা

সংৰক্ষণ: UR-1, OBC-1

অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ আৰু ড্ৰাইভিঙ লাইচেন্স (LMV/ LMV CAB, Trans & PSVBUS)  থাকিব লাগিব।

দৰমহা: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।

3. লাইটিং এচিছটেন্ট

পদৰ সংখ্যা: 02 টা

সংৰক্ষণ: UR-1, OBC-1

অৰ্হতা: HSLC উত্তীৰ্ণ আৰু ইলেকট্ৰিকেল ৱৰ্কমেন পাৰমিত থাকিব লাগিব আৰু লগতে সংশ্লিষ্ট বিষয়ত 5 বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

দৰমহা: নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 - 49,000 টকা + GP: 5,000 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18 পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC বাবে 3 বছৰ আৰু SC/ST বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 09/08/2019 তাৰিখৰ ভিতৰত Standard Form of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনা: ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী বোলছবি আৰু টেলিভিছন ইনছটিটিউ,
চিলা, চাংসাৰি, গুৱাহাটী-781101

Important Dates

আবেদনৰ অন্তিম তাৰিখ09/08/2019

Important Link

Standard Form of Application: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

-------------------------------------------
Also Read: