অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jul 2019

হস্ততাতঁ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত চাকৰি: IIHT Guwahati Recruitment 2019 of Lab Attendant


Indian Institute of Handloom Technology, Guwahati Recruitment 2019


Indian Institute of Handloom Technology, Guwahati Recruitment 2019

হস্ততাতঁ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  01 টা
পদৰ নাম: Lab Attendant

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চ মাধ্যমিক (Metric) উত্তীৰ্ণ হব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 1 + GP: 1,800 টকা হিচাপত দৰমহা দিয়া হব।

Age Limit

আবেদনকাৰীৰ বয়স 30 বছৰৰ ভিতৰত হব লাগিব।

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

IIHT Guwahati Recruitment 2019: How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 52 দি ভিতৰত Prescribed Format of Application সকলো নথিসহ আবেদন কৰিব লাগিব

ঠিকনাIndian Institute of Handloom Technology, Jawaharnagar, Khanapara,  Guwahati-22
.

Important Dates

আবেদনৰ অন্তিম তাৰিখ52 দি ভিতৰত আবেদন কৰিব লাগিব

 IIHT Guwahati Recruitment 2019: Important Link

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক