অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jul 2019

অসম দক্ষতা বিকাশ মিছনত চাকৰি: Assam Skill Development Mission Recruitment 2019


Assam Skill Development Mission Recruitment 2019



Assam Skill Development Mission Recruitment 2019

অসম দক্ষতা বিকাশ মিছনত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  12 টা
পদৰ নাম:

1. Counselor: 

পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা

2. Placement
Coordinator:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা

3. Receptionist:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা

4. Administrative Assistant:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত স্নাতক আৰু ১বছৰীয়া কম্পিউটাৰৰ ডিপ্লোমা।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত তিনি বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 33,000 টকা

5. Laboratory Assistant (Food & Beverage Service): 
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত  2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা

6. Laboratory Assistant (Hospitality-Housekeeping):
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত  2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা

7. Laboratory Assistant (Beauty & Wellness)
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত  2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা

8. Laboratory Assistant (Retail Services):
পদৰ সংখ্যা: 01 টা
অৰ্হতা: যিকোনো বিষয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত  2 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 15,000 টকা

9. Office Peon:
পদৰ সংখ্যা: 01 টা
অৰ্হতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ।
অভিজ্ঞতা: সংশ্লিষ্ট বিষয়ত  3 বছৰৰ অভিজ্ঞতা বিছৰা হৈছে।
দৰমহা: 10,000 টকা


Age Limit
আবেদনকাৰীৰ বয়স 23  পৰা 40 বছৰৰ ভিতৰত হব লাগিব

Application Fees
এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

Recruitment 2019: How to Apply
1. পদসমূহৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে (Except office Peon) তলত উল্লেখ কৰা ইমেইলত অহা 31/07/2019 তাৰিখৰ  ভিতৰত পোৱাকৈ শিক্ষাগত অৰ্হতাৰ আৱশ্যকীয় নথি পত্ৰ আৰু বায়'ডাটা সহ আৱেদন কৰিব পাৰে

Email: recruitmentnesc.asdm@gmail.com

Also Read:

2. Office Peon প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 01/08/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব

Important Dates
সাক্ষাৎকাৰৰ তাৰিখ: 01/08/2019
স্থান: ASDM Office at Katabari, Garchuk Guwahati-781035

Important Link
সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক