Want to Get Free Job Alert on Your Mobile 

 Telegram Channel 
 WhatsApp 

Enter Your Email Address Here:

17 Jul 2019

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগত চাকৰি: Dibrugarh University Recruitment 2019 of District Associate @ PHED, Assam [Walk-In-Interview]

Dibrugarh University Recruitment 2019

Dibrugarh University Recruitment 2019

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা: 07 টা
পদৰ নামDistrict Associate (Monitoring and Evaluation)

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা B.E./B.Tech./MA (Communication/Management) ডিগ্ৰী লাভ কৰা হব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 40,000 টকা দৰমহা দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 200 টকা আবেদন (as Registration fees) মাচুল দিব লাগিব

Dibrugarh University  Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 23/07/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়

Important Dates

সাক্ষাৎকাৰৰ তাৰিখ: 23/07/2019
স্থান: Conference Hall of the Training and Placement Cell (Top Floor of the Office of the Vice Chancellor) D.U.
Time: 10.30 AM

Important Link

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক


'