অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

17 Jul 2019

সশস্ত্ৰ সীমা বাহিনীত 150 পদত চাকৰি: SSB Constable Recruitment 2019

SSB Constable Recruitment 2019



SSA Constable Recruitment 2019

সশস্ত্ৰ সীমা বাহিনীত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  150 টা
পদৰ নামConstable (General Duty), Under Sports Quota

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্ মাধ্যমিক(Metric) উত্তীৰ্ণ হব লাগিব 

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 21700 -69,100 টকা (7 CPC) দৰমহা দিয়া হব।

Age Limit

আবেদনকাৰীৰ বয়স 18 পৰা 23 বছৰৰ ভিতৰত হব লাগিব।

SSB Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে আবেদন মাচুল দিব লাগিব…
UR/OBC/MOBC: 100 টকা

এই পদসমূহত আবেদনৰ বাবে  SC/ST/Women  প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।


SSB Recruitment 2019: How to Apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 20/08/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

Important Dates

অনলাইন আবেদন সমাপ্ত হব: 20/08/2019

Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিক কৰক