অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Jul 2019

চৰ এৰিয়া ডেভেলপমেন্ট সঞ্চালকালয়ত চাকৰি: Directorate of Char Area Development Recruitment [Walk-in-interview]

Directorate of Char Area Development Recruitment 2019


Directorate of Char Area Development Recruitment 2019


চৰ এৰিয়া ডেভেলপমেন্ট সঞ্চালকালয়ত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্য্যক্ৰম আচনিৰ অধীনত ঠিকাভিত্তিক নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  03 টা
পদৰ নাম:

  • 1. Computer Programmer: 01 টা
  • 2. Contingency Menials: 02 টা 


Educational Qualification:

1. Computer Programmer: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব, কম্পিউটাৰৰ ডিপ্লোমা থাকিব লাগিব

2.
 Contingency Menials: কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চ মাধ্যমিক (HSLC) উত্তীৰ্ণ হব লাগিব



Salary:

1. Computer Programmer: 15000 টকা
2. Contingency Menials: 10000কা 

Age Limit

1. Computer Programmer: 38 বছৰ
2. Contingency Menials: 38 বছৰ

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

Directorate of Char Area Development Recruitment 2019

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 25/072019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়

Important Dates

সাক্ষাৎকাৰৰ তাৰিখ25/072019
স্থানDirectorate of Char Area Development, Assam
Hengerabari Road, Dispur, Guwahati-06

সময়: পুৱা 11 বজাৰ পৰা
------------------------------------------
Also Read:
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক
------------------------------------------

Important Link

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক