অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

18 Jul 2019

অসম কৰ আয়ুক্তৰ অফিচত ১৮ নিম্নবৰ্গৰ সহায়কৰ চাকৰি: Office the Commissioner of Taxes Recruitment 2019



 Office the Commissioner of Taxes Recruitment 2019


Office the Commissioner of Taxes Recruitment 2019

অসম কৰ আয়ুক্তৰ অফিচত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা অনলাইন আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  18 [UR: 9, OBC/ MOBC: 5, STP: 2, STH: 1, SC: 1]

পদৰ নাম: নিম্নবৰ্গৰ সহায়ক

Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব
2. কম্পিউটাৰৰ Diploma থাকিব লাগিব।

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে PB: 14,000 -49,000 টকা +GP:6,200 টকা হিচাপত দৰমহা দিয়া হব।  

Age Limit

1. আবেদনকাৰীৰ বয়স 01/01/2019 তাৰিখত 18  পৰা 38 বছৰৰ ভিতৰত হব লাগিব।
2. OBC  বাবে 3 বছৰ আৰু SC/ST  বাবে 5 বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।

How to Apply

পদসমূহৰ বাবে অনলাইন ইচ্ছুক প্ৰাৰ্থী সকলে নিদিষ্ট আবেদন প্ৰত্ৰত অহা 02/08/2019 তাৰিখৰ ভিতৰত পোৱাকৈ তলত দিয়া ঠিকনাত পঠিয়াব লাগিব। আবেদন প্ৰত্ৰৰ লিংক তলত দিয়া হৈছে। আবেদন প্ৰত্ৰ কম্পিউটাৰত ভৰ্তি কৰি প্ৰিন্ট আউট লব লাগিব।

ঠিকনা: To, The Office of the Commissioner of Taxes, Assam, Kar Bhawan, Dispur, Guwahati-781006

Important Dates

আবেদন সমাপ্ত হব: 02/08/2019

Important Link


আবেদন প্ৰত্ৰৰ লিংক: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক

----------------------------------
Also Read:
  • অসম ৱাকফ্ বৰ্ডত চাকৰিClick Here
  • অসম মীনবিভাগত নিম্নবৰ্গৰ সহায়ক পদত চাকৰি: Click Here
  • ভাৰত পেট্ৰোলিয়াম কৰ্পৰেচন লিমিটেডত চাকৰি: Click Here
  • অসম কো অপাৰেটিভ এপেক্স বেংক লিমিটেডত চাকৰিClick Here
  • এই সপ্তাহৰ নিয়োগ বাতৰি (16/07/2019 to 22/07/2019) : Click Here