অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jul 2019

ক’কনাট ডেভেলপমেন্ট বৰ্ডত নিম্নবৰ্গৰ সহায়ক পদ খালী: Cocunut Development Board Recruitment 2019


 Cocunut Development Board Recruitment 2019


Cocunut Development Board Recruitment 2019

কনাট  ডেভেলপমেন্ট বৰ্ডত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ সংখ্যা:  03 টা

পদৰ নাম: নিম্নবৰ্গৰ সহায়ক

Place: Guwahati (Assam) -1 , Palghar (Maharashtra) -1, Mandya (Karnataka)-1

Educational Qualification

কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চ মাধ্যমিক (Metric) উত্তীৰ্ণ হব লাগিব

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 19900- 63200 টকা  দৰমহা দিয়া হব।

Age Limit

আবেদনকাৰীৰ বয়স 30  বছৰৰ ভিতৰত হব লাগিব।

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে 100 টকা আবেদন মাচুল দিব লাগিব।
(Through Demand draft in favour of the Chairman, Coconut Development Board payable at Kochi)


Also Read:

Cocunut Development Board Recruitment 2019: How to Apply

ইচ্ছুক উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 27/07/2019  তাৰিখৰ ভিতৰত সকলো নথিসহ আবেদন কৰিব লাগিব


ঠিকনা: Chairman, Coconut Development Board, Kera Bhavan, SRV Road, Kochi – 682 011

Important Dates

আবেদনৰ অন্তিম তাৰিখ: 27/07/2019  

Important Link

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াতক্লিককৰক