অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

19 Jul 2019

সমাজ কল্যাণ বিভাগৰ ৰিজাল্ট ঘোষণা: Results of Social Welfare Department under poshan Declared

Results of Social Welfare Department under Poshan Declared

Results of Social Welfare Department under Poshan Declared

সমাজ কল্যাণ বিভাগ অসমৰ অধীনত পোষাণ আচনিৰ অন্তৰ্গত District Project Coordinator, District Project Assistant, Block Project Coordinator, Block Project Assistant ৰ ফলাফল ঘোষণা কৰা হৈছে। বাচনি হোৱা প্ৰাৰ্থী সকলৰ তালিকা বিভাগীয় ৱেবছাইটত আপলোড দিয়া হৈছে।

অহা 20 জুলাই তাৰিখে তলত উল্লেখ কৰা স্থান আৰু সময়ত নিযুক্তি প্ৰত্ৰ সমূহ বিতৰণ কৰা হব।

স্থান: শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

সময়: দিনৰ 1 বজাত

উপস্থিত থাকিব: মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোনোৱাল

সকলো নিৰ্বাচিত প্ৰাৰ্থী সকলক সেইদিনা উপস্থিত থাকিব জনোৱা হল।

বিভাগীয় ৱেবছাইট: https://socialwelfare.assam.gov.in
---------------------------------------------------------------------
Also Read: