অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2022

Important Science Question for Assam Direct recruitment

Important Science Question for Assam Direct recruitment

1. বৈদ্যুতিক প্ৰবাহৰ একক কি?

Ans: এম্পিয়াৰ


2. কোণৰ একক?

Ans: ৰেডিয়ান


3. চাপৰ একক কি?

Ans: পাস্কেল


4. উষ্ণতাৰ SI একক?

Ans: কেলভিন


6. শক্তিৰ একক?

Ans:  জুল


7. বৈদ্যুতিক শক্তিৰ একক?

Ans: ৱাট


8. ৰোধৰ একক?

Ans: ওম


9. ইণ্ডাক্টৰৰ একক কি?

Ans:  হেনৰী


10. বলৰ একক?

Ans:  নিউটন


11. বৈদ্যুতিক আধানৰ একক?

Ans: কুলম্ব


12. কম্পনাঙ্কৰ একক কি?

Ans: হাৰ্জ


13. তৰংগদৈৰ্ঘ্যৰ একক কি?

Ans:  মিটাৰ


14. বৈদ্যুতিক বিভৱৰ একক কি?

Ans:  ভল্ট


15. পোহৰৰ তীব্ৰতাৰ একক কি?

Ans: কেণ্ডেলা


16. লুমিনাচ ফ্লাক্সৰ একক কি?

Ans: লুমেন


17. চুম্বকীয় ফ্লাক্সৰ একক কি?

Ans: ৱেবাৰ


18. দৈৰ্ঘ্যৰ একক কি?

Ans:  মিটাৰ


19. সময়ৰ একক?

Ans:  ছেকেণ্ড


20. ভৰৰ একক কি?

Ans: কিলোগ্ৰাম


21. গতিৰ একক কি?

Ans:  মিটাৰ/ছেকেণ্ড


22. লেন্সৰ শক্তিৰ একক?

Ans: ডায়প্টাৰ


Related: