অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

jobinassamDownload Our App: Click Here

 অসমত যোগ্যতা অনুসৰি চাকৰি 

13 Aug 2022

Important Science Question for Assam Direct recruitment

Important Science Question for Assam Direct recruitment

1. বৈদ্যুতিক প্ৰবাহৰ একক কি?

Ans: এম্পিয়াৰ


2. কোণৰ একক?

Ans: ৰেডিয়ান


3. চাপৰ একক কি?

Ans: পাস্কেল


4. উষ্ণতাৰ SI একক?

Ans: কেলভিন


6. শক্তিৰ একক?

Ans:  জুল


7. বৈদ্যুতিক শক্তিৰ একক?

Ans: ৱাট


8. ৰোধৰ একক?

Ans: ওম


9. ইণ্ডাক্টৰৰ একক কি?

Ans:  হেনৰী


10. বলৰ একক?

Ans:  নিউটন


11. বৈদ্যুতিক আধানৰ একক?

Ans: কুলম্ব


12. কম্পনাঙ্কৰ একক কি?

Ans: হাৰ্জ


13. তৰংগদৈৰ্ঘ্যৰ একক কি?

Ans:  মিটাৰ


14. বৈদ্যুতিক বিভৱৰ একক কি?

Ans:  ভল্ট


15. পোহৰৰ তীব্ৰতাৰ একক কি?

Ans: কেণ্ডেলা


16. লুমিনাচ ফ্লাক্সৰ একক কি?

Ans: লুমেন


17. চুম্বকীয় ফ্লাক্সৰ একক কি?

Ans: ৱেবাৰ


18. দৈৰ্ঘ্যৰ একক কি?

Ans:  মিটাৰ


19. সময়ৰ একক?

Ans:  ছেকেণ্ড


20. ভৰৰ একক কি?

Ans: কিলোগ্ৰাম


21. গতিৰ একক কি?

Ans:  মিটাৰ/ছেকেণ্ড


22. লেন্সৰ শক্তিৰ একক?

Ans: ডায়প্টাৰ


Related: