অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

13 Aug 2022

First Indian GK Question for Assam Direct recruitment

First Indian GK Question for Assam Direct recruitment

প্ৰশ্ন-1: ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল?

উত্তৰ:- বিজয়লক্ষ্মী পণ্ডিত


প্ৰশ্ন-2: ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল?

উত্তৰ:- প্ৰেমা মাথুৰ।


প্ৰশ্ন-3:- ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ?

উত্তৰ:- মীৰা কুমাৰ


প্ৰশ্ন-4:- ভাৰতৰ প্ৰথম কমিউনিষ্ট লোকসভা অধ্যক্ষ কোন আছিল?

উত্তৰ:- সোমনাথ চেটাৰ্জী


প্ৰশ্ন-5:- ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল?

উত্তৰ:- সুকুমাৰ সেন


প্ৰশ্ন-6:- ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল


প্ৰশ্ন-7:- ভাৰতৰ প্ৰথম বিত্ত মন্ত্ৰী কোন আছিল?

উত্তৰ:- আৰ.কে. শনমুখম চেট্টি।


প্ৰশ্ন-8:- ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী কোন আছিল?

উত্তৰঃ মৌলানা আবুল কালাম আজাদ।


প্ৰশ্ন-9: ভাৰতৰ প্ৰথম পাৰমাণৱিক চুল্লিৰ নাম কি?

উত্তৰ:- অপ্সাৰা


প্ৰশ্ন-10ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল?

উত্তৰ:- চৰ্দাৰ বলদেৱ সিং।


Related: