অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

jobinassamDownload Our App: Click Here

 অসমত যোগ্যতা অনুসৰি চাকৰি 

13 Aug 2022

First Indian GK Question for Assam Direct recruitment

First Indian GK Question for Assam Direct recruitment

প্ৰশ্ন-1: ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰদূত কোন আছিল?

উত্তৰ:- বিজয়লক্ষ্মী পণ্ডিত


প্ৰশ্ন-2: ভাৰতৰ প্ৰথম মহিলা পাইলট কোন আছিল?

উত্তৰ:- প্ৰেমা মাথুৰ।


প্ৰশ্ন-3:- ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ?

উত্তৰ:- মীৰা কুমাৰ


প্ৰশ্ন-4:- ভাৰতৰ প্ৰথম কমিউনিষ্ট লোকসভা অধ্যক্ষ কোন আছিল?

উত্তৰ:- সোমনাথ চেটাৰ্জী


প্ৰশ্ন-5:- ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল?

উত্তৰ:- সুকুমাৰ সেন


প্ৰশ্ন-6:- ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?

উত্তৰ:- চৰ্দাৰ বল্লভভাই পেটেল


প্ৰশ্ন-7:- ভাৰতৰ প্ৰথম বিত্ত মন্ত্ৰী কোন আছিল?

উত্তৰ:- আৰ.কে. শনমুখম চেট্টি।


প্ৰশ্ন-8:- ভাৰতৰ প্ৰথম কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী কোন আছিল?

উত্তৰঃ মৌলানা আবুল কালাম আজাদ।


প্ৰশ্ন-9: ভাৰতৰ প্ৰথম পাৰমাণৱিক চুল্লিৰ নাম কি?

উত্তৰ:- অপ্সাৰা


প্ৰশ্ন-10ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল?

উত্তৰ:- চৰ্দাৰ বলদেৱ সিং।


Related: