অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Aug 2022

Important Current Affairs Part-6 for Assam Direct Recruitment

for Assam Direct Recruitment

প্ৰশ্ন 01 শেহতীয়াকৈ যি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰথম মহিলা মুৰব্বী হৈছে।

উত্তৰ: অলকা মিত্তাল


প্ৰশ্ন 02 শেহতীয়াকৈ কোনে NEET 3.0 মুকলি কৰিছে?

উত্তৰ: শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান


প্ৰশ্ন 03 শেহতীয়াকৈ 3 ট্ৰিলিয়ন ডলাৰ এম-কেপ স্পর্শ কৰা বিশ্বৰ প্ৰথম কোম্পানী হৈছে:

উত্তৰ: আপেল(Apple)


-:You May Like:-


IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy


 NHM Assam Recruitment 2022 : 872 Vacancy


প্ৰশ্ন 04 শেহতীয়াকৈ ফটো সাংবাদিকতাৰ বাবে ৰামনাথ গোয়েঙ্কা বঁটা কোনে লাভ কৰিছে?

উত্তৰ: জিশান--লতিফ


প্ৰশ্ন 05 শেহতীয়াকৈ কোনটো বেংকক আন্তৰ্জাতিক প্ৰেৰণ ব্যৱসায়ৰ বাবে অনুমোদন জনোৱা হৈছে?

উত্তৰ: ফিনো পেমেণ্টবেঙ্ক


প্ৰশ্ন 06 শেহতীয়াকৈ ভাৰতৰ প্ৰথম অটো ইটিএফ(Auto ETF) কোনে মুকলি কৰিছে?

উত্তৰ: নিপ্পন ইণ্ডিয়া এমএফ(Nippon India MF)


প্ৰশ্ন 07 শেহতীয়াকৈ লাডাখত তিব্বতীয় বৌদ্ধ ধৰ্মৰ পৰম্পৰাগত কাৰ্যসূচীত নতুন বছৰৰ আৰম্ভণিতে কোনটো উৎসৱ উদযাপন হৈছে?

উত্তৰ: লোছাৰ উৎসৱ


প্ৰশ্ন 08 শেহতীয়াকৈ ভাৰতৰ প্ৰথম ক্ৰিপ্টোকাৰেন্সী সূচক - আইচি15 (cryptocurrency index - IC15)কোনে মুকলি কৰিছে?

উত্তৰ: ক্ৰিপ্টোৱায়াৰ (Cryptowire)


-:You May Like:-


Assam Direct Recruitment Grade IV Admit Card 2022 - Download Here jobinassam


প্ৰশ্ন 09 শেহতীয়াকৈ কোনটো বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা অনুসূচীত বেংকৰ মৰ্যাদা দিয়া হৈছে?

উত্তৰ: এয়াৰটেল পেমেণ্টবেঙ্ক(Airtel Payments Bank)


প্ৰশ্ন 10 শেহতীয়াকৈ উৰিষ্যা ৰাজ্যৰ প্ৰথম খন জিলা যিখন বাল্য বিবাহৰ পৰা মুক্ত।

উত্তৰ: গঞ্জাম জিলা


Related: