অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Aug 2022

Important Current Affairs Part-8 for Assam Direct Recruitment

for Assam Direct Recruitment

প্ৰশ্ন 01 শেহতীয়াকৈ যি ভাৰতীয় মূলৰ প্ৰথম কৃষ্ণাঙ্গ মহিলা হৈ দক্ষিণ মেৰুত উপনীত(reach) হৈছে?

উত্তৰ: হৰপ্ৰীত চান্দি (পোলাৰ প্ৰীত)


প্ৰশ্ন 02 শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ তম ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ আয়োজন কৰিবলৈ কোনখন ৰাজ্য বাছনি কৰিছে?

উত্তৰ: পুডুচেৰী


প্ৰশ্ন 03 শেহতীয়াকৈ কাক ছাংহাই সহযোগিতা সংস্থাৰ নতুন মহাসচিব হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ: ঝাং মিং


-:You May Like:-


IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy


 NHM Assam Recruitment 2022 : 872 Vacancy


প্ৰশ্ন 04 শেহতীয়াকৈ কাক কৃষি ব্যয় আৰু মূল্য আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ: বিজয় পল শৰ্মা


প্ৰশ্ন 05 শেহতীয়াকৈ কাক বেংক অফ বৰোদাৰ ব্ৰেণ্ড এম্বেচেডৰ কৰা হৈছে?

উত্তৰ: শেফালী বাৰ্মা


প্ৰশ্ন 06 শেহতীয়াকৈ আন্তৰ্জাতিক সৌৰ মিত্ৰতাত যোগদান কৰা ১০২ তম দেশৰ নাম কি?

উত্তৰ: এণ্টিগুয়া আৰু বাৰ্বুডা


প্ৰশ্ন 07 শেহতীয়াকৈ কাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ: টি.এছ. তিৰুমূৰ্তি


প্ৰশ্ন 08 শেহতীয়াকৈ কোনে ইউআইপাথ অটোমেচন এক্সেলেন্স এৱাৰ্ড২০২১(UiPath Automation Excellence Awards 2021) লাভ কৰিছে?

উত্তৰ: চাউথ ইণ্ডিয়ান বেংক


-:You May Like:-


Assam Direct Recruitment Admit Card 2022 - Download Here jobinassam


প্ৰশ্ন 09 শেহতীয়াকৈ কোনে সংখ্যাতত্ত্বত প্ৰথম গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড ২০২২ খিতাপ অৰ্জন কৰিছে?

উত্তৰ: সংখ্যাতত্ত্ববিদ জেছি চৌধুৰী


প্ৰশ্ন 10 মমতা: বিয়ণ্ড ২০২১(Mamta: Beyond) 2021 নামৰ শেহতীয়াকৈ মুকলি কৰা কিতাপখনৰ লেখক কোন?

উত্তৰ: জয়ন্ত ঘোষাল


Related: