অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

5 Aug 2022

Important Question Part-4 for Assam Direct Recruitment

Important Question Part-4  for Assam Direct Recruitment

1. আয়ডিনৰ অভাৱৰ ফলত কি ৰোগ হয়?

Ans: গলগণ্ড


2. কোন গ্ৰন্থিয়ে ইনচুলিন নিঃসৃত কৰে?

Ans: অগ্ন্যাশয়


3. ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

Ans: ফুটবল


4. ভাৰতৰ আটাইতকৈ ডাঙৰ বান্ধ কোনটো?

Ans: হীৰাকুণ্ড বান্ধ


5. সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাৰতীয় ভাষাক স্বীকৃতি দিয়া হৈছে?

Ans: 22


6. চীনৰ মুদ্ৰা কি?

Ans: ইউআন


Related Post:


7. ৰেড ক্ৰছৰ প্ৰতিষ্ঠাপক কোন?

Ans: হেনৰী ডুনান্ট


. হিমোগ্লোবিনৰ অভাৱৰ ফলত হোৱা ৰোগটো কি?

Ans: ৰক্তহীনতা(anemia)


9. কাক ভাৰত নাইটিংগেল বুলি কোৱা হয়?

Ans: সৰোজিনী নাইডু


10. দিল্লীত কোনে কুতুব মিনাৰ নিৰ্মাণ আৰম্ভ কৰিছিল?

Ans: কুতুবুদ্দিন আইবাক


11. বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল?

Ans: মদন মোহন মালৱীয়


12. অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল?

Ans: চাণক্য (কৌটিল্য)


13. বিবেকানন্দ স্মাৰক ' অৱস্থিত?

Ans: কন্যাকুমাৰী


14. চাৰ্কৰ মুখ্য কাৰ্যালয় ' অৱস্থিত?

Ans: কাঠমাণ্ডু, নেপাল


15. চাৰ্কৰ কিমানখন দেশ সদস্য?

Ans: 8 খন (ভাৰত, নেপাল, বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, ভূটান, পাকিস্তান, আফগানিস্তান)


Related Post:


16. ভাৰতৰ উপকূলৰেখাৰ দৈৰ্ঘ্য কিমান?

Ans: 7516


17. কোনখন দেশ বিশ্বৰ সৰ্ববৃহৎ অভ্র(Mica) উৎপাদক?

Ans: ভাৰত


18. গ্ৰাণ্ট-ট্ৰাংক পথকোনে নিৰ্মাণ কৰিছিল?

Ans: শ্বেৰ শ্বাহ চুৰি


19. ভিটামিন 'বি' অভাৱৰ ফলত কোনটো ৰোগ হয়?

Ans: বেৰি-বেৰি


20. ভিটামিন 'চি' অভাৱৰ ফলত কোনটো ৰোগ হয়?

Ans: স্কর্ভি


21. গাখীৰত কোনটো ভিটামিন নাথাকে?

Ans: ভিটামিন 'চি'


22. ভিটামিন 'ডি' অভাৱৰ ফলত কোনটো ৰোগ হয়?

Ans: ৰিকটেচ


23. কোনটো ভিটামিনৰ অভাৱৰ ফলত তেজ গোট নামাৰে ?

Ans: ভিটামিন k


24. ভিটামিন 'E' অভাৱৰ ফলত কোনটো ৰোগ হয়?

Ans: বন্ধ্যাত্ব(infertility)


25. ভিটামিন 'চি' ৰাসায়নিক নাম কি?

Ans: এস্কৰ্বিক এচিড


Related: