অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

9 Aug 2022

Important Current Affairs Part-10 for Assam Direct Recruitment

Important Current Affairs Part-10  for Assam Direct Recruitment

1. জলসংৰক্ষণৰ প্ৰচেষ্টাত জলশক্তি মন্ত্ৰালয়ৰ পৰা কোনখন ৰাজ্যই প্ৰথম স্থান লাভ কৰিছে?

উত্তৰ: উত্তৰ প্ৰদেশ (প্ৰথম), ৰাজস্থান (দ্বিতীয়)


2. শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰা প্ৰথম কৃষ্ণাঙ্গ অভিনেতাজনৰ ৯৪ বছৰ বয়সত মৃত্যু হয়। তাৰ নামটো কি আছিল?

উত্তৰ: চিডনী পইটিয়াৰ।


3. ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ নতুন নিৰ্বাচক কাক বনোৱা হৈছে?

উত্তৰ: ডেচমণ্ড হেইন্স।


-:You May Like:-


IBPS PO/ MT Recruitment 2022 – 6432 Probationary Officer Vacancy


 NHM Assam Recruitment 2022 : 872 Vacancy


4. কোন জন চলচ্চিত্ৰ অভিনেতাক নিৰ্বাচন আয়োগে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ: চনু সুদ।


5. ভাৰতীয় সেনাই ইয়াৰ তথ্য লিক হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ কিমানটা এপ্প নিষিদ্ধ কৰিছে?

উত্তৰ: 89 টা এপ্প।


6. ৰোমত খননকাৰ্যৰ সময়ত প্ৰত্নতাত্ত্বিকসকলে ,০০০ বছৰ পুৰণি এটা কুকুৰৰ মূৰ্তি বিচাৰি পাইছে, ইয়াৰ নাম কি?

উত্তৰ: টেৰাকোটা।


7. কোন খন দেশে 12 পৰা 15 বছৰৰ শিশুক বুষ্টাৰ পালি(booster dose) দিয়াৰ অনুমতি দিছে?

উত্তৰ: আমেৰিকা।


8. দেশৰ কোনখন চহৰত ভাৰতৰ প্ৰথম মুক্ত শিলা সংগ্ৰহালয় উদ্বোধন কৰা হৈছে?

উত্তৰ: হায়দৰাবাদ।


-:You May Like:-


Assam Direct Recruitment Admit Card 2022 - Download Here jobinassam


9. কোনখন ৰাজ্যক খেলো ইণ্ডিয়া 2023 আয়োজনৰ দায়িত্ব দিয়া হৈছে?

উত্তৰ: মধ্য প্ৰদেশ।


10. আইচিআইচিআইৰ(ICICI) নতুন কাৰ্যবাহী সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ: অনুপ বাগচী।