অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Jul 2019

ডিব্ৰুগড় অসম মেডিকেল কলেজত চাকৰি: Assam Medical College, Dibrugarh Recruitment 2019


Assam Medical College, Dibrugarh Recruitment 2019

Assam Medical College, Dibrugarh Recruitment 2019

ডিব্ৰুগড় অসম মেডিকেল কলেজত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ  বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ নাম:
1. Scientist ‘B’ (Non Medical)
2. Staff Nurse
3. Radiology Technician
4. Driver

Educational Qualification

পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা এনেধৰণৰ

1. Scientist ‘B’ (Non Medical): Master’s degree with 60% (Life Sciences/ statistics/ Anthropology/ Computer) and 2 years experience.
Or
Master’s Degree with second class and Ph.D (Life Sciences/ statistics/ Anthropology/ Computer application).
2. Staff Nurse: B.Sc. in Nursing or G.N.M.
3. Radiology Technician: HS Science Passed and 2 years diploma in radiology/radiography
4. Driver: Metric Pass with valid driving license(lmv/hmv).

Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে দৰমহা দিয়া হব
1. Scientist ‘B’ (Non Medical): 48,000 টকা + 2,100 টকা (HRA)
2. Staff Nurse: 18,000 টকা
3. Radiology Technician: 18,000 টকা
4. Driver: 16,000 টকা

Age Limit

আবেদনকাৰীৰ বয়স 35 বছৰৰ ভিতৰত হব লাগিব

Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে

Assam Medical College, Dibrugarh Recruitment 2019: How to Apply

1.ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 30/07/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়

Important Dates

  • সাক্ষাৎকাৰৰ তাৰিখ: 30/07/2019
  • TIME: 10.30 AM
  • স্থান: O/o the Prilcipal, AMCH, Dibrugarh.


Important Link