অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

28 Jul 2019

উত্তৰ পূব গ্ৰামীণ জীৱিকা প্ৰকল্প, ডনাৰ মন্ত্ৰ্যালয়ত চাকৰি: North East Gramin Livelihood Project, Ministry of Doner Recruitment 2019

North East Gramin Livelihood Project, Ministry of Doner Recruitment 2019


আবেদনৰ অন্তিম তাৰিখঃ ৩০/০৯/২০১৯

North East Gramin Livelihood Project, Ministry of Doner Recruitment 2019


উত্তৰ পূব গ্ৰামীণ জীৱিকা প্ৰকল্প, ডনাৰ মন্ত্ৰ্যালয়ত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

1. পদৰ নামঃ বিত্তীয় বিশেষজ্ঞ

শিক্ষাগত অৰ্হতাঃ যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, একাউন্টিং, টেলী আৰু লগতে ইংৰাজী ভাষাত জ্ঞান থকা আৰু সুন্দৰকৈ ক’ব পৰা হব লাগিব।

2.পদৰ নামঃ কমিউনিকেশ্যন বিশেষজ্ঞ

শিক্ষাগত অৰ্হতাঃ মাছকমিউনিকেশ্যনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হব লাগিব।

3.এগ্ৰী বিজনেছ কনচালটেন্ট

শিক্ষাগত অৰ্হতাঃ বি.এছ. চি উত্তীৰ্ণ হব লাগিব।

আবেদনৰ অন্তিম তাৰিখঃ ৩০/০৯/২০১৯

এই বিষয়ে অধিক জানিবলৈঃ ইয়াত ক্লিক কৰক