অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Jul 2019

নবোদয় বিদ্যালয়ত 2370 টা পদত নিযুক্তি, অনলাইন আবেদনৰ লিংক এতিয়া একটিভ-আবেদন কৰক: NVS Recruitment 2019

NVS Recruitment 2019


NVS Recruitment 2019


নবোদয় বিদ্যালয়ত 2370 টা Assistant Commissioner, PGTs, TGTs, Miscellaneous Category of Teachers (Librarian, Art, Music, PET-Male, PET-Female), Legal Assistant, Female Staff Nurse, Catering Assistant, and Lower Division Clerk পদত নিযুক্তি ৰ বাবে অনলাইন আবেদন বিছাৰি নবোদয় বিদ্যালয় সমিতিয়ে বিজ্ঞাপন প্ৰকাশ কৰিছে।

NVS Recruitment 2019: Details of Vacancies

মুঠ পদৰ সংখ্যা: 2370 টা


ইয়াৰ...

1. Assistant Commissioner (Group-A): 05 টা

2. Post Graduate Teachers (PGTs) (Group-B): 430 টা

3. Trained Graduate Teachers (TGTs) (Group-B): 1154 টা

4. Miscellaneous Category of Teachers (Group-B): 564 টা

5. Female Staff Nurse (Group B): 55 টা

6. Legal Assistant (Group C): 01 টা

7. Catering Assistant (Group C): 26 টা

8. Lower Division Clerk: 135 টা

Also Read:

NVS Recruitment 2019: Application Fee: 


a) Assistant Commissioner: 1500 টকা 
b) PGTs, TGTs, Miscellaneous Category Teachers & Female Staff Nurse: 1200 টকা 
c) Legal Assistant, Catering Assistant & Lower Division Clerk: 1000 
টকা 


NVS Recruitment 2019: Important date

1. অনলাইন আৰম্ভ হব: 10 জুলাই, 2019

2. অনলাইন সমাপ্ত হব: 05 আগষ্ট, 2019 25 আগষ্ট, 2019

শিক্ষাগত অৰ্হতা, শ্ৰেণী অনুসৰি পদৰ সংখ্যা, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ: ইয়াত ক্লিক কৰক


অনলাইন আবেদন লিংক: ইয়াত ক্লিক কৰক 
----------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক


প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক