অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

27 Jul 2019

GVK Emergency Management and Research Institute Assam Recruitment 2019@ERCP


GVK Emergency Management and Research Institute Assam Recruitment 2019

GVK Emergency Management and Research Institute Assam Recruitment 2019

GVK Emergency Management and Research Institute, Assam খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি GVK EMRI কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে

Details of Posts

পদৰ নাম: ERCP

Educational Qualification

পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ/প্ৰতিষ্ঠানৰ পৰা MBBS ডিগ্ৰী লাভ কৰা হব লাগিব, with MCI Registration.

Salary: Negotiable as per qualification.

How to Apply

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থী সকলে তলত দিয়া ইমেইলত সেহতীয়া Resume মেইল কৰিব পাৰে নাইবা তলত দিয়া ঠিকনাত নিজে গৈ জমা দিব পাৰে।

Email: as_career@emri.in