অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

1 Jun 2019

নেহৰু যুৱ কেন্দ্ৰ সংগঠনত বিভিন্ন পদ: Last Date Extended-Apply Here Now

NYKS Recruitment 2019

Last  Date: 17/08/2019

NYKS Recruitment 2019

ভাৰত চৰকাৰৰ স্বতন্ত্ৰ সংস্থা যুৱ আৰু খেল মন্ত্ৰালয়ৰ অধীনস্থ "নেহৰু যুৱ কেন্দ্ৰ সংগঠন (NYKS)" ত  তলত উল্লেখ কৰা পদসমূহৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।



NYKS Recruitment 2019: Details of Posts

মুঠ পদৰ সংখ্যা: 337 টা
1. Asstt. Director/ District Youth Coordinator: 160 টা

2. Junior Computer Programmer: 17 টা

3. Senior Hindi Translator : 01 টা

4. Assistant: 38 টা

5. Librarian : 01 টা


6. Stenographer Grade-II : 23 টা

7. Computer Operator: 04 টা

8. Accounts Clerk cum Typist : 58 টা

9. Lower Division Clerk : 12 টা

10. Multi Tasking Staff : 23 টা

NYKS Recruitment 2019: Application fees

পৰীক্ষাতৰ মাছুল
1. ৭০০ টকা/- সাধাৰণ আৰু OBC বৰ্গৰ বাবে (পুৰুষ)
2. ৩৫০ টকা /-সাধাৰণ আৰু OBC (মহিলা) বৰ্গৰ বাবে।
3. SC/ ST/ PwD/ ESM candidates বাবে কোনো মাছুল দিব নালাগে।


NYKS Recruitment 2019: How to Apply

অনলাইন যোগেদি আবেদন কৰিব লাগিব। অনলাইন আবেদন লিংক খোলা দিয়াৰ 20 দিনৰ ভিতৰত আবেদন কৰিব লাগিব।


Also Read:

NYKS Recruitment 2019:

পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা, দৰমহা আদিৰ বিষয়ে অধিক জানিবলৈ NYKS ৰ ৱেবছাইটত লগ ইন কৰিব পাৰে।

বিজ্ঞাপনৰ লিংক: ইয়াত ক্লিক কৰক


আবেদন লিংক: ইয়াত ক্লিক কৰক

NYKS ৰ ৱেবচাইট: ইয়াত ক্লিক কৰক