অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

10 Jul 2019

বৰপেটা মেডিকেল কলেজ হস্পিতালত চাকৰি: FAAMCH, Barpeta Recruitment 2019

FAAMCH, Barpeta Recruitment 2019


বৰপেটা মেডিকেল কলেজ হস্পিতালত খালী হোৱা নিম্ন উল্লেখিত Laboratory Technician পদত নিযুক্তিৰ বাবে সাক্ষাৎকাৰৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

FAAMCH, Barpeta Recruitment 2019

পদৰ নাম: Laboratory Technician

পদৰ সংখ্যা: 01 টা

FAAMCH, Barpeta Recruitment 2019: Educational Qualification

শিক্ষাগত অৰ্হতা:

1. বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ আৰু দূবছৰীয়া DMLT ডিপ্লোমা

FAAMCH, Barpeta Recruitment 2019: Age 

অসম চৰকাৰৰ নিয়ম অনুসৰি বয়সৰ সীমা নিৰ্ধাৰণ কৰা হব।

FAAMCH, Barpeta Recruitment 2019: Salary

দৰমহা: প্ৰতিমাহে 16,000 টকা দৰমহা লাভ কৰিব।

FAAMCH, Barpeta Recruitment 2019: How to Apply


ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে Standard Form of Application, লগত শিক্ষাগত অৰ্হতাৰ সকলো নথি নিজেই attested কৰি তলত উল্লেখ কৰা ঠিকনাত 19/07/2019 তাৰিখত 11 বজাত সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব।

ঠিকনা:
College Building,
FAAMCH, Barpeta

Important Points:

1. সাক্ষাৎকাৰৰ বাবে কোনো ধৰণৰ TA/DA দিয়া নহয়।
2. পদটিত 8 মাহৰ বাবে নিযুক্তি দিয়া হব।

Important Date and Time:

সাক্ষাৎকাৰৰ তাৰিখ: 19/07/2019
সময়: পুৱা 11 বজাত।

Important Link

Standard Form of Application  download লিংক: ইয়াত ক্লিক কৰক
----------------------------------------------------------------------------


----------------------------------------------------------------------------
 অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক