অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

4 Jul 2019

অসম স্বাস্থ্য বিভাগত বিভিন্ন পদত চাকৰি: National Health Mission (NHM), Assam Recruitment 2019

National Health Mission, Assam Recruitment 2019


Last Date: 15/07/2019.


National Health Mission, Assam Recruitment 2019

NHM, অসমত তলত উল্লেখ কৰা পদত নিযুক্তি ৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।

পদৰ সংখ্যা: 22 টা।
ইয়াৰ...

1. Record Keeper cum Monitoring & Evaluation Officer: 7 টা

বয়স: আবেদনকাৰীৰ বয়স 01/04/2019 তাৰিখত 43 বছৰৰ ভিতৰত হব লাগিব

দৰমহা: 10,000 টকা প্ৰতি মাহ

অৰ্হতা: পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব

2. Case Registry Assistant: 15 টা

বয়স: আবেদনকাৰীৰ বয়স 01/04/2019 তাৰিখত 43 বছৰৰ ভিতৰত হব লাগিব

দৰমহা: 8,000 টকা প্ৰতি মাহ

অৰ্হতা: কোনো স্বীকৃতি প্ৰাপ্ত বোৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কৰা হব লাগিব

National Health Mission, Assam Recruitment 2019: How to apply

পদসমূহৰ বাবে অনলাইন যোগেদি আবেদন কৰিব লাগিব অনলাইন আবেদন লিংক তলত দিয়া হৈছে অহা 15/07/2019 তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰিব

National Health Mission, Assam Recruitment 2019: Important Link

অনলাইন আবেদন লিংক: ইয়াত ক্লিককৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়কইয়াত ক্লিককৰক