অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Jun 2019

ডিফু মেডিকেল কলেজত 93 টা টেকনিচিয়ানৰ পদ: Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019

Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019


অসম হিলছ মেডিকেল কলেজ আৰু গৱেষণা সংস্থা , ডিফুত খালী হোৱা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।

Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Details of Posts


পদৰ সংখ্যা: 93 টা

পদৰ নাম:

১/ লেৱ টেকনিচিয়ান-৩৮ টা

২/ টেকনিচিয়ান (এনেচথেছিয়লোজী)- ০৮টা

৩/টেকনিচিয়ান (অ'ডিওমেট্ৰি)- ০১ টা

৪/ টেকনিচিয়ান (ৰেডিয়'গ্ৰাফী)-০৮টা

৫/টেকনিচিয়ান (ৰেডিয়'থেৰেপি)-০২টা

৬/টেকনিচিয়ান (অডিওভিজুৱেল এইড এণ্ড ফটোগ্ৰাফী)-১১টা

৭/ OT টেকনিচিয়ান-০৬টা


৮/ ই চি জি টেকনিচিয়ান-০১টা

৯/ ডেণ্টেল টেকনিচিয়ান-০৪

১০/ প্ৰছথেলিক এণ্ড অৰ্থোটিক টেকনিচিয়ান-০২টা

১১/Speech থেৰাপিষ্ট-০২টা

১২/ ফিজিওথেৰাপিষ্ট-০২টা

১৩/ অকোপেচনেল থেৰাপিষ্ট-০২টা

১৪/ মাল্টি ৰিহেবিলিটেছন ওৰ্কাৰ-০৪টা

১৫/ কেটাল'গাৰ-০১টা

১৬/ টেকনিচিয়ান Opthalmology-০১টা

Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Educational Qualification


1. HSSLC লগতে লেৱ টেকনিচিয়ানৰ ডিপ্লমাধাৰী/চাৰ্টিফিকেট থাকিব লাগিব।

2. HSSLC (বিজ্ঞান) লগতে এনেচথেছিয়লোজী ডিপ্লমাধাৰী হব লাগিব।

3.  অ'ডিওমেট্ৰি আৰু Speech পেথ'লোজী ডিগ্ৰীধাৰী

4. HSSLC (বিজ্ঞান) লগতে ৰেডিয়'গ্ৰাফী টেকনিচিয়ানৰ চাৰ্টিফিকেট থাকিব লাগিব।

5/ HSSLC (বিজ্ঞান) লগতে ৰেডিয়'থেৰাপি টেকনিচিয়ানৰ ডিপ্লমাধাৰী হব লাগিব। পি জি ডিপ্লমাধাৰীক
অগ্ৰাধিকাৰ দিয়া হব।

6/ আই টি আই চাৰ্টিফিকেট।

7/ HSSLC (বিজ্ঞান) লগতে OT টেকনিচিয়ানৰ ডিপ্লমাধাৰী হব লাগিব।

8/ ই চি জি টেকনিচিয়ানৰ ডিপ্লমাধাৰী/চাৰ্টিফিকেট নতুবা কাৰ্ডিয়েক কেয়াৰ টেকনলজি ৰ ডিপ্লমাধাৰী হব লাগিব।


9/HSSLC (বিজ্ঞান) লগতে OT ডেণ্টেল টেকনিচিয়ান ৰ ২বছৰৰ ডিপ্লমাধাৰী হব লাগিব।

10/ অৰ্থোটিক টেকনিচিয়ানৰ ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।

11/HSSLC (বিজ্ঞান) লগতে Speech থেৰাপিষ্ট ৰ ডিগ্ৰীধাৰী হব লাগিব।

12/ ফিজিওথেৰাপি ৰ ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।

13/ফিজিওথেৰাপি ৰ ডিপ্লমাধাৰী হব লাগিব।

14//HSSLC (বিজ্ঞান) লগতে মাল্টি ৰিহেবিলিটেছন ওৱৰ্কডিপ্লমাধাৰী/ এম আৰ টেকনিচিয়ান হব5 লাগিব।

15/ লাইৱ্ৰাৰী ছাইণ্স ৰ ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।

16/ Opthalmology ডিপ্লমাধাৰী/ডিগ্ৰীধাৰী হব লাগিব।


Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Salary


নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে

১/ লেৱ টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০

২/ টেকনিচিয়ান (এনেচথেছিয়লোজী)-১৪,০০০-৪৯,০০০ GP-৬২০০

৩/টেকনিচিয়ান (অ'ডিওমেট্ৰি) -১৪,০০০-৪৯,০০০ GP-৬২০০

৪/ টেকনিচিয়ান (ৰেডিয়'গ্ৰাফী)-১৪,০০০-৪৯,০০০ GP-৬২০০

৫/টেকনিচিয়ান (ৰেডিয়'থেৰেপি)-১৪,০০০-৪৯,০০০ GP-৬২০০


৬/টেকনিচিয়ান (অডিওভিজুৱেল এইড এণ্ড ফটোগ্ৰাফী)-১৪,০০০-৪৯,০০০ GP-৬৮০০

৭/ OT টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০

৮/ ই চি জি টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৫,৬০০

৯/ ডেণ্টেল টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০

১০/ প্ৰছথেলিক এণ্ড অৰ্থোটিক টেকনিচিয়ান-১৪,০০০-৪৯,০০০ GP-৬২০০

১১/Speech থেৰাপিষ্ট-১৪,০০০-৪৯,০০০ GP-৮,০০০

১২/ ফিজিওথেৰাপিষ্ট-১৪,০০০-৪৯,০০০ GP-৭,৪০০

১৩/ অকোপেচনেল থেৰাপিষ্টফিজিওথেৰাপিষ্ট-১৪,০০০-৪৯,০০০ GP-৭,৪০০

১৪/ মাল্টি ৰিহেবিলিটেছন ওৰ্কাৰ১৪,০০০-৪৯,০০০ GP-৫,৬০০

১৫/ কেটাল'গাৰ১৪,০০০-৪৯,০০০ GP-৫,৬০০

১৬/ টেকনিচিয়ান Opthalmology১৪,০০০-৪৯,০০০ GP-৫,৬০০

Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Age Limit:

আবেদনকাৰীৰ বয়স 01.01.2019 তাৰিখত 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।



Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: How to Apply:

ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে 06.07.2019 তাৰিখৰ পৰা 26.07.2019 তাৰিখৰ ভিতৰত অনলাইন যোগেদি আবেদন কৰিব লাগিব।


Assam Hills Medical College & Research Institute, Diphu Grade-III (Technical) Recruitment 2019: Important Dates:

অনলাইন আবেদন আৰম্ভ হব: 06.07.2019

অনলাইন আবেদন শেষ হব: 21.07.2019 26.07.2019

Online Application Link



অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক

সম্পূৰ্ণ বিজ্ঞাপন পঢ়ক: ইয়াত ক্লিক কৰক