অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

29 Jun 2019

অসম হিলছ মেডিকেল কলেজত চাকৰি: Assam Hills Medical College and Research Institute Recruitment 2019

Assam Hills Medical College and Research Institute Recruitment 2019

Assam Hills Medical College and Research Institute Recruitment 2019

অসম হিলছ মেডিকেল কলেজ আৰু ৰিছাৰ্ছ ইনষ্টিটিউট, ডিফুত নতুনকৈ খালী হোৱা বিভিন্ন চতুৰ্থ বৰ্গৰ পদৰ বাবে অনলাইন আবেদন বিছাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে।


পদৰ সংখ্যা: 148

বিভিন্ন বৰ্গ অনুসৰি পদসমূহ এনেধৰণৰ...

1. Ward Boy/Ward Girl  

পদৰ সংখ্যা: 56

সংৰক্ষণ: UR-23, OBC/MOBC-15, SC-4, STP-6, STH-3, EWS-5

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

2. Grade-IV

পদৰ সংখ্যা: 10

সংৰক্ষণ:  UR-4, OBC/MOBC-2, SC-1, STP-1, STH-1, EWS-1

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

3. Attendant

পদৰ সংখ্যা: 09

সংৰক্ষণ:  UR-4, OBC/MOBC-2 SC-1, STP-1. EWS-1

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900


4. Laboratory Attendant

পদৰ সংখ্যা: 24

সংৰক্ষণ:  UR-11, OBC/MOBC-6, SC-2, STP2,STH-1, EWS-2

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

5. Peon

পদৰ সংখ্যা: 06

সংৰক্ষণ:  UR-3, OBC/MOBC-2, STP-1

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

6. Daftari

পদৰ সংখ্যা: 04

সংৰক্ষণ:  UR-3, OBC/MOBC-1

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

7. Dark Room Assistant

পদৰ সংখ্যা: 06

সংৰক্ষণ: UR-3, OBC/MOBC-2 STP-1

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

8. Stretcher Bearer

পদৰ সংখ্যা: 06

সংৰক্ষণ: UR-3, OBC/MOBC-2 STP-1

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900


9. Sweeper/Cleaner

পদৰ সংখ্যা: 27

সংৰক্ষণ:  UR-12 , OBC/MOBC-7, SC-2, STP-3 STH-1, EWS-2

শিক্ষাগত অৰ্হতা: Class-VIII passed

দৰমহা: 12000-37500, GP-3900

Age Limit:
আবেদনকাৰীৰ বয়স 01.01.2019 তাৰিখত 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব।

How to Apply:
ইচ্ছুক আৰু অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলে 06.07.2019 তাৰিখৰ পৰা 26.07.2019 তাৰিখৰ ভিতৰত অনলাইন যোগেদি আবেদন কৰিব লাগিব।


Important Dates:
অনলাইন আবেদন আৰম্ভ হব: 06.07.2019
অনলাইন আবেদন শেষ হব: 21.07.2019 26.07.2019

Online Application Link

অনলাইন আবেদন কৰিবলৈ: ইয়াত ক্লিক কৰক
--------------------------------------------------------------------------------
Also Read: ডিফু মেডিকেল কলেজত 93 টা টেকনিচিয়ানৰ পদ