অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

7 Jul 2019

গুৱাহাটী মেডিকেল কলেজ হস্পিতালত চাকৰি: GMCH Recruitment 2019

GMCH Recruitment 2019

GMCH Recruitment 2019

গুৱাহাটী মেডিকেল কলেজত খালী হোৱা নিম্ন উল্লেখিত ঠিকাভিত্তিক পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাথীৰ পৰা সাক্ষাৎকাৰৰ বাবে আবেদন বিছাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে।


GMCH Recruitment 2019: Details of Posts

পদৰ সংখ্যা: 01  টা
পদৰ নাম: একাউন্টেত কাম অফিচ এচিছটেন্ট

GMCH Recruitment 2019: Educational Qualification

1. পদটোৰ বাবে আবেদনকাৰী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা বানিজ্যত স্নাতক ডিগ্ৰী লাভ কৰা হব লাগিব।
2. কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

CMCH Recruitment 2019: Salary

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে 15,126 টকা দৰমহা দিয়া হব।

GMCH Recruitment 2019: Age Limit

আবেদনকাৰীৰ বয়স 40 বছৰৰ ভিতৰত হব লাগিব।

GMCH Recruitment 2019: Application Fees

এই পদসমূহত আবেদনৰ বাবে প্ৰাৰ্থীয়ে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।


GMCH Recruitment 2019: How to Apply

1. ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ঠিকনাত 12/07/2019 তাৰিখত সাক্ষাৎকাৰত অৱতীৰ্ণ হব লাগিব।
2. সাক্ষাৎকাৰৰ সময়ত বায়'ডাটা, অৰিজিনেল নথিসমূহ আৰু সকলো নথিৰ নিজেই attested কৰা ফটোষ্টেট কপি লগত আনিব লাগিব।
3. সাক্ষাৎকাৰৰ বাবে কোনোধৰণৰ TA/DA প্ৰদান কৰা নহয়।
4. পদটো অটল অম্ৰিত/প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ঠিকাভিত্তিক নিযুক্তি দিয়া হব।

সাক্ষাৎকাৰৰ তাৰিখ: 12/07/2019

স্থান: Office of the Superintendent,
Gauhati Medical College and Hospital,
Bangagarh, Guwahati-32
Time: পুৱা 10.30 বজাৰ পৰা 2 বজালৈ।
------------------------------------------------------------
অসম চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

কেন্দ্ৰীয় চৰকাৰৰ চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক

প্ৰাইভেট চাকৰি: পঢ়িবলৈ ইয়াত ক্লিক কৰক