অসম চৰকাৰৰ প্ৰতিটো চাকৰিৰ খবৰ পোনপ্ৰথমে আপোনাৰ মোবাইলত পাবলৈ যোগদান কৰক 

Telegram Channel 
 WhatsApp 

21 Apr 2019

SBI Life ত কৰ্মসংস্থানৰ সুযোগ: Job opportunity at SBI Life

Job opportunity at SBI Life

Job opportunity at SBI Life


ভাৰতৰ আগশাৰীৰ ৰাজহুৱা খণ্ডৰ বেংক প্ৰতিষ্ঠান State Bank of India জীৱন বীমা প্ৰতিষ্ঠান SBI Life আপুনি আপোনাৰ কৰ্মসংস্থান আৰু উপাৰ্জনৰ ক্ষেত্ৰ হিচাপে বাছি লব পাৰে SBI Life অধীনত আপুনি বীমা উপদেষ্টা হিচাপে যোগদান কৰিব পাৰে

ইয়াৰ বাবে প্ৰয়োজনীয় অৰ্হতা সমূহ এনেধৰণৰ:

1. শিক্ষাগত অৰ্হতা:
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা তাৰ সমপৰ্যায়ৰ ইয়াৰ বাবে কোনো কাৰিকৰী শিক্ষাৰ প্ৰয়োজন নাই

2. বয়স:
ইয়াৰ বাবে নূন্যতম বয়স হৈছে 18 বছৰ

বাছনি প্ৰক্ৰিয়া:
ইয়াৰ বাবে উক্ত প্ৰতিষ্ঠানত কেইদিনমান Training লব লাগিব আৰু Training অন্তত 50 নম্বৰৰ এটা অনলাইন পৰীক্ষা দিব লাগিব এই পৰীক্ষাটোত উত্তীৰ্ণ হলেই আপুনি বীমা উপদেষ্টা হিচাপে কাম কৰিব পাৰিব

আপুনি যদি একেৰাহে 5 বছৰ বীমা উপদেষ্টা হিচাপে কাম কৰি নিজৰ কৰ্মদক্ষতা দেখুৱাব পাৰে তেতিয়া হলে স্থায়ীভাবে নিযুক্তিৰ সুবিধা লাভ কৰিব

সবিশেষ জানিবলৈ তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে: 93655-52726

Related Posts:
SBI 8904 টা জুনিয়ৰ এচ'ছিয়েট পদ: পঢ়িবলৈ ক্লিক কৰক

SBI 2000 টা বেংক পি ' পদ: পঢ়িবলৈ ক্লিক কৰক